ETV Bharat / state

ভূপেন হাজৰিকাৰ নামেৰে নামাকৰন Airport Authority Of Indiaৰ প্ৰেক্ষাগৃহ

দক্ষিণ কামৰূপৰ উপৰহালী আৰু বৰঝাৰ বিমানবন্দৰত উদযাপন ভূপেন হাজৰিকাৰ জন্মদিন । বৰঝাৰ বিমানবন্দৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ Airport Authority Of Indiaৰ মুখ্য কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহতো নামাকৰন হ'ল ভূপেন হাজৰিকাৰ নামেৰে ।

ভূপেন হাজৰিকাৰ নামেৰে নামাকৰন Airport Authority Of Indiaৰ প্ৰেক্ষাগৃহ
author img

By

Published : Sep 8, 2019, 11:41 PM IST

কামৰূপ, 8 চেপ্তেম্বৰঃ আজি বিশ্ববৰণ্য শিল্পী ড0 ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্ম জয়ন্তী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ উপৰহালীস্থিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহতো উদযাপন কৰা হয় ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী । সামাজিক সাংস্কৃতিক অনুষ্ঠান 'প্ৰতিধ্বনি'ৰ উদ্যোগত উপৰহালীৰ হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত ভাৰতৰত্ন ড0 ভূপেন হাজৰিকাৰ ৯৩ তম জন্মজয়ন্তী উদযাপন কৰা হয় । অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে 'প্ৰতিধ্বনি' নামৰ এখন মুখপত্ৰ উন্মোচন কৰা হয় ৷

ভূপেন হাজৰিকাৰ নামেৰে নামাকৰন Airport Authority Of Indiaৰ প্ৰেক্ষাগৃহ

আনহাতে, ভাৰতৰত্ন ড0 ভূপেন হাজৰিকাৰ ৯৩তম্ জন্মজয়ন্তী উদযাপিত কৰা হয় বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰতো । বৰঝাৰ বিমানবন্দৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ Airport Authority Of Indiaৰ মুখ্য কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহতো নামাকৰন কৰা হয় । 'ড0 ভূপেন হাজৰিকা সন্মিলন কক্ষ' নামেৰে নামাকৰন কৰা মুখ্য কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহতো । এই প্ৰেক্ষাগৃহতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমাবন্দৰৰ প্ৰায়বোৰ বৈঠক অনুস্থিত হয় । লগতে বিমানবন্দৰ চৌহদত থকা আন এটা প্ৰেক্ষাগৃহও নামাকৰন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সন্মিলন কক্ষ নামেৰে । বৰঝাৰ বিমানবন্দৰে লোৱা এই সিদ্ধান্তৰ প্ৰশংসা কৰিছে সচেতন নাগৰিক সকলে ।

Intro:দক্ষিণ কামৰূপৰ উপৰহালী আৰু বৰঝাৰ বিমানবন্দৰত উদযাপন ভূপেন হাজৰিকাৰ জন্মদিন । বৰঝাৰ বিমানবন্দৰৰ উত্তৰ-পুৰ্বাঞ্চলৰ Airport Authority Of Indiaৰ মুখ্য কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহতো নামাকৰন হ'ল ভূপেন হাজৰিকাৰ নামেৰে ।
Body:Vo.. আজি বিশ্ববৰণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ৯৩সংখ্যক জন্ম জয়ন্তী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰিছে ভাৰতৰত্ন অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাক । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ উপৰহালীস্থিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহতো উদযাপিত কৰা হয় ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী । সামাজিক সাংস্কৃতিক অনুষ্ঠান 'প্ৰতিধ্বনি'ৰ উদ্যোগত উপৰহালীৰ হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩ তম্ জন্মজয়ন্তী উদযাপন কৰা হয় । অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিধ্বনি নামৰ এখন মুখপত্ৰ উন্মোচন কৰে জেষ্ঠ সাংবাদিক নিতুমনি শইকীয়াই,লগতে উপস্থিত থাকে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভূপেন হাজৰিকাৰ নীতি-আদৰ্শ সন্দৰ্ভত বক্তিতা প্ৰদান কৰে ।জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন ভূপেন হাজৰিকাৰ সাংস্কৃতিক অনুষ্ঠানো অনুস্থিত কৰা হয় ।
আনহাতে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩তম্ জন্মজয়ন্তী উদযাপিত কৰা হয় বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰতো । বৰঝাৰ বিমানবন্দৰৰ উত্তৰ-পুৰ্বাঞ্চলৰ Airport Authority Of Indiaৰ মুখ্য কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহতো নামাকৰন কৰা হয় । ড০ ভূপেন হাজৰিকা সন্মিলন কক্ষ নামেৰে নামাকৰন কৰা মুখ্য কাৰ্য্যলয়ৰ এই প্ৰেক্ষাগৃহতো । এই প্ৰেক্ষাগৃহতে উত্তৰ-পুৰ্বাঞ্চলৰ বিমাবন্দৰৰ প্ৰায়বোৰ বৈঠক এইটো প্ৰেক্ষাগৃহতে অনুস্থিত হয় । লগতে বিমানবন্দৰ চৌহদত থকা আন এটা প্ৰেক্ষাগৃহও নামাকৰন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সন্মিলন কক্ষ নামেৰে ।Conclusion:বৰঝাৰ বিমানবন্দৰে লোৱা এই সিদ্ধান্তৰ প্ৰসংশা কৰিছে বহুতেও ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.