ETV Bharat / state

ভাৰত-জাপান সন্মিলনৰ বাবে ন ৰূপত সজাই তোলা হৈছে মহানগৰী - bharat-japan summation held at guwahati

গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত জাপান সন্মিলন ৷ ভাৰত-জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ গুৱাহাটীত দেখা গ'ল ভীষণ ব্যস্ততা ৷ মন্ত্ৰী-বিধায়কসকলে নিজেই তদাৰক কৰিছে কামৰ অগ্ৰগতি ৷

bharat-japan summation will be held at guwahati
গুৱাহাটীত ভিষণ ব্যস্ততা
author img

By

Published : Dec 7, 2019, 6:45 PM IST

গুৱাহাটী , 6 ডিচেম্বৰ : গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত-জাপান সন্মিলন ৷ ১৫ৰ পৰা ১৭ ডিচেম্বৰৰলৈ অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত অংশ গ্ৰহণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছিনজু অ'বে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ২৪ ঘন্টাই মহানগৰীত চলিছে সৌন্দৰ্যবৰ্ধনৰ কামকাজ । দুয়োজনক আদৰিবলৈ গুৱাহাটীত দেখা পোৱা গৈছে ভীষণ ব্যস্ততা ৷ মন্ত্ৰী-বিধায়কসকলে নিজেই তদাৰক কৰিছে কামৰ অগ্ৰগতি ৷ শনিবাৰে মহানগৰীত হঠাৎ উপস্থিত হয় বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ জালুকবাৰীত চলি থকা কামৰ বিষয়ে বুজ লৈ মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰক ১৫ তাৰিখৰ পূৰ্বে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে মালিগাঁও, ভৰলুমুখ আদি স্থানো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত জাপান সন্মিলন

আৰু পঢ়ক : ৰাজনীতিৰ তিতা-মিঠা ফল

Intro:১৫ৰ পৰা ১৭ ডিচেম্বৰৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত জাপান সন্মিলন। এই সন্মিলনত অংশ গ্ৰহণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছিনজু অ'বে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুয়োকে আদৰিবলৈ গুৱাহাটীত এতিয়া ভিষণ ব্যস্ততা। ২৪ ঘন্টাই মহানগৰীত চলিছে সৌন্দৰ্যবৰ্ধনৰ কামকাজ। মন্ত্ৰী-বিধায়কসকলে নিজেই তদাৰক কৰিছে কাৰ অগ্ৰগতি। শণিবাৰে মহানগৰীত হঠাৎ উপস্থিত হয় বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। জালুকবাৰীত চলি থকা কামৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। ১৫ তাৰিখৰ পূৰ্বে কাম সম্পূৰ্ণ কৰিবলৈ নিদেৰ্শ দিলে ঠিকাদাৰক। মুঠৰ ওপৰত ৰং সানি চিকচিকিয়া তুলিছে গুৱাহাটী মহানগৰীখনিক। ইফালে মালিগাঁও, ভৰলুমুখ আদি স্থানো পৰিদৰ্শন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.