বাইহাটা চাৰিআলি, 31 মাৰ্চ : অসমত লক্ ডাউন শিথিল কৰাৰ বাবে কেবিনটৈ লোৱা সিদ্ধান্তত প্ৰথম প্ৰতিক্ৰিয়া ব্যাক্ত কৰিছে মন্ত্ৰী ভৱেশ কলিতাই । কাইলৈৰ পৰা কৃষকে কৃষি কাৰ্য কৰাৰ লগতে মথাউৰি নিৰ্মাণ কাৰ্যত সীমিত সংখ্যক বনুৱাই কাম কৰিব পাৰিব । খেতিয়কে খাৰিফ শস্য নকৰিলে গ্ৰাম্য অৰ্থনৈতিত বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । মঙ্গলবাৰে মন্ত্ৰী গৰাকীয়ে কমলপুৰ আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা সেৱাৰ বুজ লোৱাৰ লগতে কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চিকিৎসক তথা স্বাস্থ্য কৰ্মীক সংকটপূৰ্ণ সময়ত সকলোৱে মনোবল বৃদ্ধি কৰি কাম কৰাৰ বাবে উৎসাহিত কৰে মন্ত্ৰীগৰাকীয়ে ।
লক্ ডাউন শিথিলৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ ! - latest news on corona
1 এপ্ৰিলৰ পৰা লক্ ডাউন কিছু শিথিল কৰাৰ সিদ্ধান্ত লৈচে অসম চৰকাৰে ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷
![লক্ ডাউন শিথিলৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ ! bhabesh kalita visit kamalpur phc](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6610835-thumbnail-3x2-j.jpg?imwidth=3840)