মিৰ্জা, 13 এপ্ৰিল: দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পূজা । মিৰ্জাৰ মনপুৰস্থিত শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰত বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মা বাসন্তী দেৱীৰ পূজা । তদুপলক্ষে শনিবাৰে মহাঅষ্টমী উপলক্ষে দেৱীৰ চৰণত আশীষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ লানি-নিছিগা সোঁত বোৱা দেখা গৈছে । ধুপ-ধুনা,চাকি-বন্তি জ্বলাই মনৰ কামনা পূৰণৰ বাবে মাৰ আশীৰ্বাদ ল'লে ভক্তই । 7 খন গাওঁৰ ৰাইজে একলগ লগ লাগি এই পূজাখন পৰম্পৰা অনুসৰি উদযাপিত কৰি আহিছে । পৰম্পৰা অনুসৰি উদযাপিত হৈ অহা এই বাসন্তী পুজা এইবাৰ 92 তম বৰ্ষত ভৰি দিছে ।
দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পুজা - MIRZA
মিৰ্জাৰ বাসন্তী পূজাৰ এইবাৰ 92 তম বৰ্ষ ৷
মিৰ্জা, 13 এপ্ৰিল: দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পূজা । মিৰ্জাৰ মনপুৰস্থিত শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰত বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মা বাসন্তী দেৱীৰ পূজা । তদুপলক্ষে শনিবাৰে মহাঅষ্টমী উপলক্ষে দেৱীৰ চৰণত আশীষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ লানি-নিছিগা সোঁত বোৱা দেখা গৈছে । ধুপ-ধুনা,চাকি-বন্তি জ্বলাই মনৰ কামনা পূৰণৰ বাবে মাৰ আশীৰ্বাদ ল'লে ভক্তই । 7 খন গাওঁৰ ৰাইজে একলগ লগ লাগি এই পূজাখন পৰম্পৰা অনুসৰি উদযাপিত কৰি আহিছে । পৰম্পৰা অনুসৰি উদযাপিত হৈ অহা এই বাসন্তী পুজা এইবাৰ 92 তম বৰ্ষত ভৰি দিছে ।
Slug:-A_Kam_Basonti_Puja_at_mirza_801-803_vis+bite+photo_Ajay_Das
দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পুজা ।
Ocvo..দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পুজা । মিৰ্জাৰ মনপুৰস্থিত শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰত বৃহস্পতিবাৰৰ পৰা ৪ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মা বাসন্তী দেৱীৰ পূজা । সেয়ে শনিবাৰে মহাঅষ্টমী উপলক্ষে দেৱীৰ চৰণত আশীষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ লানি-নিছিগা সোঁত বোৱা দেখা গৈছে । ধুপ-ধুনা,চাকি-বন্তি জ্বলাই মনৰ কামনা পুৰণৰ বাবে মাৰ আশীৰ্বাদ ল'লে ভক্তই । ৭ খন গাওৰ ৰাইজে একলগ লাগি এই পুজাখন পৰম্পৰা অনুসৰি উদযাপিত কৰি আহিছে । পৰম্পৰা অনুসৰি উদযাপিত হৈ অহা এই বাসন্তী পুজা এইবাৰ ৯২ তম বৰ্ষত ভৰি দিছে ।
Bite..
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam