ETV Bharat / state

বাইহাটা মদনপুৰ টোলগেটত দাদাগিৰি

বাইহাটাৰ মদনপুৰ টোলগেটত কৰ্তৃপক্ষ আৰু যাত্ৰীৰ মাজত বিতৰ্ক ৷ মহিলাই বীৰদৰ্পে গাড়ীৰ পৰা নামি আঁতৰালে টোলগেটত ব্যৱহাৰ কৰা ডাং ৷ ফাষ্টটেগৰ বাবে থাকিবলগীয়া নূন্যতম ধনৰাশি নথকাৰ বাবে টোলগেটৰ কৰ্মচাৰীয়ে টোল দি যাবৰ বাবে কওতেই মহিলাগৰাকীয়ে সংঘটিত কৰে এনে কাৰ্য ৷

author img

By

Published : Jun 4, 2021, 10:45 PM IST

baihata-tolgate-dadagiri
বাইহাটা মদনপুৰ টোলগেটত দাদাগিৰি

বাইহাটা, 4 জুন: বাইহাটাৰ মদনপুৰ টোলগেটৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে । কেতিয়াবা যদি টোলগেটৰ বিৰুদ্ধে অভিযোগ আহে কেতিয়াবা আকৌ অভিযোগ আহে যাত্ৰীৰ বিৰুদ্ধে । শুকুৰবাৰে বাইহাটা টোলগেটত পুনৰবাৰ এনে এক ঘটনা সংঘটিত হ'ল ৷

বাইহাটা মদনপুৰ টোলগেটত দাদাগিৰি

অভিযোগ অনুসৰি, এগৰাকী মহিলাই গাড়ীৰ পৰা নামি গৈ বীৰদৰ্পে টোলগেটত ব্যৱহাৰ কৰা ডাং আঁতৰাই গাড়ী লৈ গুছি যায় । জানিব পৰা মতে, এএছ ১৩ এল ৮৩৩৭ নম্বৰৰ গাড়ীখনৰ ফাষ্টটেগৰ বাবে থাকিবলগীয়া নূন্যতম ধনৰাশি নথকাৰ বাবে টোলগেটৰ কৰ্মচাৰীয়ে টোল দি যাবৰ বাবে কওতেই মহিলাগৰাকীয়ে গাড়ীৰ ভিতৰত ৰোগী থকা বুলি কৈ বীৰদৰ্পে গাড়ীৰ পৰা নামি টোলগেটত ব্যৱহাৰ হোৱা ডাং আঁতৰাই গুছি যায় ।

লগতে পঢ়ক : ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ টাইগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.