ETV Bharat / state

বাইহাটাত পথ দুৰ্ঘটনা : এজন নিহত - আহত

বাইহাটা চাৰিআলিত ভয়াৱহ পথ দুৰ্ঘটনা ৷ নিহত এজন, দুজন আহত

বাইহাটা পথ দুৰ্ঘটনাত এজন নিহত
author img

By

Published : Aug 11, 2019, 7:56 PM IST

  • বাইহাটা চাৰিআলিৰ দেউদুৱাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
    বাইহাটা পথ দুৰ্ঘটনাত এজন নিহত
  • মটৰ চাইকেল দুৰ্ঘটনাত থিতাতে নিহত এজন
  • AS 01 ED 8301 নম্বৰৰ গ্লেমাৰ বাইকেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা
  • পত্নী পুত্ৰৰ সৈতে আহিছিল মৃত মটৰ চাইকেল আৰোহীজন
  • মাতৃ - পুত্ৰৰ অৱস্থা বৰ্তমান সংকটজনক
  • স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োগৰাকী আঘাতপ্ৰাপ্তক ভৰ্তি কৰিছে নাৰায়ানা হাস্পতালত
  • বৰ্তমান লৈকে দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই
  • দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল খন টংঙ্কেশ্বৰ বসুমতাৰীৰ নামত পঞ্জীয়নভুক্ত বুলি জানিব পৰা গৈছে

Intro:Baihata Accident 1 Dead 2 injured

V/O:--- বাইহাটা চাৰিআলিত ভয়াবহ পথ দুৰ্ঘটনাত। মটৰ চাইকেল দুৰ্ঘটনাত থিতাতে নিহত এজন। বাইহাটা চাৰিআলিৰ দেউদুৱাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথদুৰ্ঘটনা। AS 01 ED 8301 নম্বৰৰ গ্লেমাৰ বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ বাইক চালক জন থিতাতে নিহত হয় ।পত্নী পুত্ৰৰ সৈতে আহিছিল মটৰ চাইকেল আৰোহী গৰাকী ।মাতৃ - পুত্ৰৰ অৱস্থা বৰ্তমান সংকতজনক । স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়ো গৰাকী আঘাতপ্ৰাপ্তক ভৰ্তি কৰিছে নাৰায়ানা হাস্পাতালত । বৰ্তমান লৈকে দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল খন টংঙ্কেশ্বৰ বচুমটাৰীৰৰ নামত পঞ্জীয়ন ভূক্ত বুলি জানিব পৰা গৈছে ।

বাইট:Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.