ETV Bharat / state

নৱবৰ্ষৰ প্ৰথমটো দিনত মদন কামদেৱ দেৱালয়ত ভিৰ পৰ্যটকৰ - Madan Kamdev devalai

বছৰৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা মদন কামদেৱ দেৱালয়ত ভিৰ কৰিছে পৰ্যটকে । ২০২০ চনৰ দৰে সংকটময় দিনবোৰ ২০২১ চনটো নোহোৱাৰ কামনাৰে বছৰৰ প্ৰথম দিনটোতে মদন কামদেৱ দেৱালয়ৰ বনভোজস্থলীলৈ আহি প্ৰভূ মহাদেৱক পূজা অৰ্চনা কৰাৰ লগতে আনন্দ ফুৰ্তি কৰিছে ৰাইজে ।

baihata-madan-kamdev-devalai-picnic-spot
নৱবৰ্ষৰ প্ৰথমটো দিনত মদন কামদেৱ দেৱালয়ত ভিৰ পৰ্যটকৰ
author img

By

Published : Jan 1, 2021, 4:41 PM IST

বাইহাটা, 1 জানুৱাৰী : ২০২১ বৰ্ষৰ আজি প্ৰথমটো দিন । শুকুৰবাৰৰ দিনটোত অসমৰ ভিন্ন স্থানত থকা বনভোজস্থলী সমূহ ভৰি পৰিছে বনভোজৰ দলেৰে । বাইহাটা চাৰিআলিৰ মদন কামদেৱ দেৱালয়ৰ বাকৰিতো দেখা গ'ল বনভোজলৈ অহা অসংখ্য লোকৰ ভিৰ ।

নৱবৰ্ষৰ প্ৰথমটো দিনত মদন কামদেৱ দেৱালয়ত ভিৰ পৰ্যটকৰ

বছৰৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা মদন কামদেৱ দেৱালয়ত ভিৰ কৰিছে পৰ্যটকে । ২০২০ চনৰ দৰে সংকটময় দিনবোৰ ২০২১ চনটো নোহোৱাৰ কামনাৰে বছৰৰ প্ৰথম দিনটোতে মদন কামদেৱ দেৱালয়ৰ বনভোজস্থলীলৈ আহি প্ৰভূ মহাদেৱক পূজা অৰ্চনা কৰাৰ লগতে আনন্দ ফুৰ্তি কৰিছে ৰাইজে । বিগত সাত মাহে এক গৃহবন্দীৰ নিচিনা জীৱন যাপন কৰিলেও নতুন বছৰৰ প্ৰথনম দিনটোত এইদৰে বনভোজলৈ গৈ বিভিন্ন ব্যঞ্জনেৰে এসাজ খাই নতুনক আদৰাৰ প্ৰয়াস চলাইছে পৰ্যটক সকলে ।

লগতে পঢ়ক: ব্যতিক্ৰমী কৌশলেৰে বীজ সংৰক্ষণ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মহান বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.