ETV Bharat / state

নিষ্পত্তিবিহীন গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ - বাইহাটা চাৰিআলিৰ দালাংগাঁও পোষ্য গাওঁ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ ৷ আইন মহাবিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব বিনামূলীয়া আইনী সেৱা ৷ বাইহাটা চাৰিআলিৰ দালাংগাঁৱক পোষ্য গাওঁ হিচাপে লৈ আৰম্ভ কৰিছে আইন সাহায্য শিবিৰ আৰু সজাগতা সভা ৷ এবছৰৰ বাবে এই গাঁৱখনৰ নিষ্পত্তি নোহোৱা সকলো ধৰণৰ গোচৰ আইন মহাবিদ্যালয়খনৰ জৰিয়তে বিনামূলীয়াভাৱে নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰে ৷

law awarness programe
গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ
author img

By

Published : Feb 9, 2020, 6:00 PM IST

বাইহাটা.9 ফেব্ৰুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ ৷ আইন মহাবিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব বিনামূলীয়া আইনী সেৱা ৷ বহু বছৰ ধৰি যিবিলাক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে সেইবিলাক গোচৰ নিষ্পত্তিৰ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইন মহাবিদ্যালয়ে ৷

গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ

ইয়াৰ বাবে বাইহাটা চাৰিআলিৰ দালাংগাঁৱক পোষ্য গাওঁ হিচাপে লৈ আৰম্ভ কৰিছে আইন সাহায্য শিবিৰ আৰু সজাগতা সভা ৷ এবছৰৰ বাবে এই গাঁৱখনৰ নিষ্পত্তি নোহোৱা সকলো ধৰণৰ গোচৰ আইন মহাবিদ্যালয়খনৰ জৰিয়তে বিনামূলীয়াভাৱে নিষ্পত্তি কৰা হ’ব ৷ জিলা তথা ৰাজ্যিক পৰ্যায়ৰ তত্বাৱধানত এই মহাবিদ্যালয়খনে সেৱা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়খনৰ অধ্যক্ষ জে পি বড়াই ৷

লগতে চাওকঃশিশুক যৌন নিৰ্যাতনৰ অভিযোগত ৰাজহুৱা শাস্তি বৃদ্ধক

Intro:
V/O:-গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ । আইন মহাবিদ্যালয়ৰ তৰফৰ পৰা পৰা আগবঢ়োৱা হব বিনামুলীয়া আইনি সেৱা । বহু বছৰ ধৰি যিবিলাক গোচৰ নিস্পতি নোহোৱাকৈ আছে সেই বিলাাক গোচৰ নিস্পতিৰ বাাবে বিনাামুলীয়া ভাবে সেৱা আগ বঢ়াব গুৱাহাটী বিশ্ব বিদ্যাালয়ৰ আইন মহাবিদ্যালয়ে । ইয়াৰ বাবে আইন মহাবিদ্যাালয়ে বাইহাটা চাৰিআলিৰ দালাং গাৱক পোষ্য গাও হিচাপে লৈ আৰম্ভ কৰিছে আইন সাহাৰ্য্য শিবিৰ আৰু সজাগতা সভা । এবছৰৰ বাাবে এই গাও খনৰ নিস্পতি নোহৱা সকলো ধৰনৰ গোচৰ আইন মহাবিদ্যালয় খনিৰ জড়িয়তে বিনামুলীয় ভাবে নিস্পতি কৰাৰ প্ৰদান কৰে আস্বাস । জিলা তথা ৰাজ্যিক পৰ্য্যায়ৰ তত্বাবধানত এই মহাবিদ্যালয় খনে সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰে গুৱাহাটী্ বিশ্ব বিদ্যালয়ৰ অধ্যক্ষ জে পি বড়াই ।
বাইট------Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.