ETV Bharat / state

ৰাজ্যজুৰি বন্যাৰ্তলৈ বিভিন্ন জনৰ সহায়ৰ হাত - বাইহাটা

কামৰূপ, ডুমডুমা, নলবাৰী আৰু টীয়কত বিভিন্নজনৰ বান সাহায্য বিতৰণ ৷ ভাৰতীয় সেনাৰ লগতে অসম আৰক্ষীৰ জোৱানে সাহাৰ্য বিতৰণ কৰাৰ লগতে পশুধনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে ৷

ৰাজ্যৰ বিভিন্ন ঠাইত বান সাহায্য বিতৰণ
author img

By

Published : Jul 23, 2019, 10:03 PM IST

কামৰূপ,23জুলাইঃ কামৰূপৰ বাইহাটাত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা বান সাহাৰ্য বিতৰণ । গুৱাহাটীৰ চেতনা লেডিচ ক্লাবৰ সহযোগত কমলপুৰৰ আঠগাঁৱৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰিলে বিভিন্ন খাদ্য সামগ্ৰীকে ধৰি শিশুৰ পুষ্টিকৰ খাদ্য । আনফালে ঢোপাটাৰি অঞ্চলৰ ৰাইজেও আঠগাঁৱৰ বন্যাৰ্তৰ মাজত আগবঢ়াই বান সাহাৰ্য । ইপিনে ডুমডুমাৰ বৰহাপজান ফ্ৰিছ'ল ৰাইডাৰ্ছৰ উদ্যোগত বানাক্ৰান্তক সাহাৰ্য বিতৰণ কৰা হয় ।

ৰাজ্যৰ বিভিন্ন ঠাইত বান সাহায্য বিতৰণ

পশ্চিম নলবাৰীৰ লখোপুৰত মঙলবাৰে ভাৰতীয় সেনাই বানাক্ৰান্ত লোকৰ পশুধনসমূহৰ বিনামূলীয়া চিকিৎসা কৰাৰ লগতে প্ৰয়োজনীয় দৰৱ পাতি বিতৰণ কৰে । আনহাতে টীয়কত বান সাহাৰ্য বিতৰণ কৰিলে আৰক্ষী অধীক্ষকে ৷

Intro:Baihata Flood Relief By Police Commissionerate

V/O:---কামৰূপৰ বাইহাটাত আৰক্ষী আয়ুক্তৰ কাৰ্য্যলয়ৰ পৰা বান সাহাৰ্য্য বিতৰন । গুৱাহাটীৰ চেতনা লেডিচ ক্লাবৰ সহযোগত কমলপুৰৰ আঠগাৱৰ বন্যৰ্তৰ মাজত বিতৰন কৰিলে বিভিন্ন খোৱা খাদ্যকে আদি কৰি শিশুৰ পুষ্টিকাৰক খদ্যও । আঠগাও বীণাপানী হাইস্কুলৰ লগতে যিমানবোৰ আশ্ৰয় শিবিৰ আছে আটাইবোৰতে সাহাৰ্য্য আবঢ়াই দলটোৱে । প্ৰায় ৫০০ পৰিয়াললৈ আগবঢ়াই এই সাহাৰ্য্য ।
Byte:---
V/O:---- আনফালে ঢোপাটাৰি গাওপঞ্চায়ত আৰু ঢোপাটাৰি অঞ্চলৰ ৰাইজেও আঠগাৱৰ বন্যৰ্তৰ মাজত আগবঢ়াই বান সাহাৰ্য্য ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.