ETV Bharat / state

বাইহাটাৰ কমলপুৰত পথত জ্বলিল মটৰচাইকেল

author img

By

Published : Jan 12, 2020, 3:21 PM IST

কেন্দুকোণা গাঁৱৰ নয়ন কলিতাই চাৰিদিন পূৰ্বে এখন ৰয়েল এণ্ফিল্ড মটৰচাইকেল ক্ৰয় কৰিছিল ৷ কিন্তু শনিবাৰে নিশা হঠাৎ পথত ৰখাই থোৱা অৱস্থাতে দাউদাউকৈ জ্বলি উঠে মটৰচাইকেলখন ৷

Baihata burning bike
বাইহাটাৰ কমলপুৰত পথত জ্বলিল মটৰচাইকেল

বাইহাটা, 12 জানুৱাৰীঃ বাইহাটাৰ কমলপুৰত পথত জ্বলিল মটৰচাইকেল ৷ কেন্দুকোণা গাঁৱৰ নয়ন কলিতাই চাৰিদিন পূৰ্বে এখন ৰয়েল এণ্ফিল্ড মটৰচাইকেল ক্ৰয় কৰিছিল ৷ কিন্তু শনিবাৰে নিশা পথত ৰখাই থোৱা অৱস্থাতে হঠাৎ দাউদাউকৈ জ্বলি উঠে মটৰচাইকেলখন ৷ যাৰফলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ৷ কোনো যান্ত্ৰিক বিজুতিৰ ফলতেই মটৰচাইকেলখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ লগতে মটৰ চাইকেলখনৰ গৰাকীয়ে । সম্প্ৰতি মটৰচাইকেলখনৰ গৰাকী নয়ন কলিতাই সমগ্ৰ ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছে ।

বাইহাটাৰ কমলপুৰত পথত জ্বলিল মটৰচাইকেল

লগতে পঢ়ক-ভুপাল চহৰক প্লাষ্টিক মুক্ত কৰিবলৈ পৌৰ নিগমৰ এক ব্যতিক্ৰমী পদক্ষেপ

Intro:V/O- বাইহাটাৰ কমলপুৰৰ ৰাজপথত জ্বলিল মটৰচাইকেল । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাহাৰাত নিশা এখন মটৰচাইকেল নিজে নিজে জ্বলি উঠা ঘটনাই বৃহত্তৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কেন্দুকোনা গাঁৱৰ নয়ন কলিতাই চাৰিদিন পূৰ্বে ৰয়েল এন্ডফিল্ড মটৰচাইকেল এখন ক্ৰয় কৰিছিল । বাইহাটা চাৰিআলিৰ এচ এচ অটোমোবাইলচৰ পৰা ক্ৰয় কৰা মটৰচাইকেল খন হাহাৰা পথত ৰৈ থকা অবস্থাত দাউদাউকৈ জ্বলি উঠে । আই ডি এফ চিৰ পৰা ফাইনেন্সত ক্ৰয় কৰা মটৰচাইকেলখন হাহাৰাৰ মৃগেন কলিতাৰ ঘৰৰ সমুখত নিশা হঠাতে জ্বলি উঠাত হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত । কোনো যান্ত্ৰিক বিজুতিৰ বাবে মটৰচাইকেলখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী ৰ লগতে মটৰ চাইকেল খনৰ গৰাকীয়ে । মটৰচাইকেল খনৰ গৰাকী নয়ন কলিতাই সমগ্ৰ ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছে। কমলপুৰ আৰক্ষীয়ে ইতিমধ্যে সম্পূৰ্ণ ৰূপে ভস্মিভূত হোৱা বাহনখন কমলপুৰ আৰক্ষী থানালৈ অনাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
বাইট:----
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.