ETV Bharat / state

দক্ষিণ কামৰূপত জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

সংহাৰী জাপানীজ এনকেফেলাইটিছক ৰোধিবলৈ দক্ষিণ কামৰূপত সজাগতা সভা ৷ স্বেচ্ছাসেৱী সংগঠন সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা হয় এই সভাৰ ৷

author img

By

Published : Jul 9, 2019, 8:04 PM IST

জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

দক্ষিণ কামৰূপ, 9 জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিজে । এনকেফেলাইটিছত আক্ৰান্ত হৈ ৰাজ্যত অৰ্ধশতাধিক লোকে মৃত্যুমুখত পৰাৰ সমান্তৰালকৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহু লোক । পুনৰ যাতে এই ৰোগ অধিক বৃদ্ধি নাপায় তাক লৈ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ । পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগান,পলাশবাৰী বজাৰাপাৰাত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ ।

জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

স্বেচ্ছাসেৱী সংগঠন সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত বৰদুৱাৰ বাগানত আৰু বজাৰাপাৰাত গাঁও স্বাস্থ্য আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ । সভাত অঞ্চলবাসী ৰাইজক বাৰিষাৰ সময়চোৱাত সকলোকে সাৱধানে চলিব দিয়াৰ লগতে এই ৰোগসমূহ প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ আলোচনা কৰা হয় । এই সজাগতা সভাত বিশিষ্ট পশু চিকিৎসক ডাঃ চন্দন কুমাৰ শৰণীয়া উপস্থিত থাকি ৰোগ সংক্ৰমিত হ'ব পৰা বাহকসমূহ উল্লেখ কৰে ।

Intro:দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত জাপানীজ এনকেফেলাইটিজ সন্দৰ্ভত সজাগতা সভা ।Body:Vo..ৰাজ্যত সংহাৰী ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিজে । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ অৰ্ধশতাধিক লোক মৃত্যুমুখত পৰিছে বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহুতো লোক । পুনৰ যাতে এই ৰোগ অধিক বৃদ্ধি নাপাই তাক লৈ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত সজাগতা সভা অনুস্থিত কৰা হয় । পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগান,পলাশবাৰী বজাৰাপাৰাত অনুস্থিত কৰা হয় সজাগতা সভা । বৰদুৱাৰ বাগানত স্বেচ্ছাসেৱী সংগঠন সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত অনুস্থিত হয় আৰু বজাৰাপাৰাত গাও স্বাস্থ্য আৰু অনাময় সমিতিৰ উদ্যোগত অনুস্থিত হয় । অঞ্চলবাসী ৰাইজসকলোক সভাখনত সম্প্ৰতি বাৰিষাৰ সময়চোৱা সকলোকে সাৱধানে চলিব দিয়াৰ লগতে এই ৰোগসমুহৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহন কৰে । এই ৰোগসমুহ প্ৰতিশোধৰ বাবে ল'বলগীয়া ব্যৱস্থাসমুহ আলোচনা কৰা হয় ।Conclusion:এই সজাগতা সভাত বিশিষ্ট পশু চিকিৎসক ডা° চন্দন কুমাৰ শৰণীয়া উপস্থিত থাকি ৰোগ সংক্ৰমিত হ'ব পৰা বাহকসমুহ উল্লেখ কৰে ।

Bite..পশু চিকিৎসক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.