ETV Bharat / state

ড০ পীতাম্বৰ দেৱ গোস্বামীৰ জন্ম দিৱস উদযাপন

সত্ৰাধিকাৰ গৰাকীৰ জন্ম তিথিত অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি অসমৰ খ্যাতনামা ৬১ গৰাকী কবিক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে সত্ৰাধিকাৰ গৰাকীৰ চিন্তা বৈভৱ নামৰ গ্ৰন্থ উন্মোচন কৰা হয় ৷

author img

By

Published : Jun 11, 2019, 12:29 PM IST

ETV BHARAT
  • উত্তৰ গুৱাহাটীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১তম জন্ম তিথি পালন
  • কামৰূপ জিলা সাংবাদিক সন্থা, কামৰূপ জিলা উপায়ুক্ত,উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অংশগ্ৰহণ
  • দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৬১ সংখ্যক জন্মদিন
  • জন্ম তিথিত নাগাৰা নাম, আলোচনাচক্ৰ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
  • সত্ৰাধিকাৰ গৰাকীৰ জন্ম তিথিত অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি অসমৰ খ্যাতনামা ৬১ গৰাকী কবিক সম্বৰ্ধনা
  • লগতে সত্ৰাধিকাৰ গৰাকীৰ "চিন্তা বৈভৱ" নামৰ গ্ৰন্থ উন্মোচন
  • গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই
    আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১তম জন্ম তিথি পালন

*NORTH GUWAHATI AUNI ATI SATRADIKAR BIRTHDAY * 

👉উত্তৰ গুৱাহাটীত আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১তম জন্ম তিথি পালন। 
👉 জন্ম তিথি  অনুস্থানত কামৰূপ জিলা সাংবাদিক  সন্থা, কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য,উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা আৰু বিভিন্ন  অনুষ্ঠান প্ৰতিস্তানৰ তৰফৰ পৰা সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১তম জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

👉দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৬১ সংখ্যক  জন্মদিন।

👉 পুৱা বৈদিক কৰ্মেৰে আৰম্ভ কৰা   জন্মদিনত নাগাৰা নাম, আলোচনাচক্ৰ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। 

👉সত্ৰাধিকাৰ গৰাকীৰ জন্মদিনত অভিনেতা  প্ৰাঞ্জল শইকীয়া কে ধৰি  অসমৰ খ্যাতনামা ৬১ গৰাকী কবিক সম্বৰ্ধনা জনোৱা হয় 

👉লগতে সত্ৰাধিকাৰ গৰাকীৰ *চিন্তা বৈভব*  নামৰ গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.