ETV Bharat / state

লক্ষীমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞিক দলীয় সমৰ্থকৰ উষ্ম আদৰণী - etv bharat

কংগ্ৰেছ দলৰ পৰা লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিচত মঙলবাৰে অসমলৈ উভতি আহে লক্ষীমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞি

লক্ষীমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞিক দলীয় সমৰ্থকৰ উষ্ম আদৰণী
author img

By

Published : Mar 19, 2019, 11:04 PM IST

19 মাৰ্চ, কামৰূপঃ "অগপ বিজেপি কথাৰ ফুলঝাৰি মাৰা দল" দিল্লীৰ পৰা অসমত পদাপৰ্ণ কৰিয়ে বিৰোধী পক্ষক লৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞিয়ে৷

লক্ষীমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞিক দলীয় সমৰ্থকৰ উষ্ম আদৰণী

কংগ্ৰেছ দলৰ পৰা লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিচত মঙলবাৰে অসমলৈ উভতি আহে লক্ষীমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঞি৷ বৰঝাৰ বিমান বন্দৰত দলীয় সমৰ্থকৰ উষ্ম আদৰণীয়ে অধিক উৎসাহিত কৰি তোলে প্ৰাৰ্থীগৰাকীক৷ পৰৱৰ্তী সময়ত বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে গুৱাহাটীস্থিত ৰাজীৱ ভৱনলৈ ৰাওনা হয় অনিল বৰগোহাঞি ।

Slug:-A_Kam_Airport_Congress_801-802_vis+bite_Ajay_Das 

কংগ্ৰেছৰ দলৰ পৰা লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত দিল্লীৰ পৰা অসমলৈ উভতি আহিল অনিল বৰগোহাঞি । 

Ocvo..কংগ্ৰেছৰ দলৰ পৰা লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত দিল্লীৰ পৰা অসমলৈ উভতি আহিল অনিল বৰগোহাঞি । বৰঝাৰ বিমানবন্দৰত দলীয় সমৰ্থক সকলে উষ্ম আদৰণী জনাই অনিল বৰগোহাঞিক । অগপ বিজেপি ফুলঝাৰী মাৰা দল বুলি মন্তব্য কৰি লক্ষীমপুৰ বাসীক ধন্যবাদ জনাই 
। বৰঝাৰ বিমানবন্দৰৰ পৰা গুৱাহাটীস্থিত ৰাজীৱ ভৱনলৈ প্ৰাৰ্থী গৰাকী ৰাওনা হয় ।

Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.