ETV Bharat / state

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে - ASSAM NEWS

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত দ্বিতীয়টো বান পৰিস্থিতিয়ে অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যৰ 17 খনকৈ জিলাৰ 4 লক্ষাধিক লোকে ককবকাইছে বানত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট আৰু ডিব্ৰুগড়ৰ জিলাৰ প্ৰায় 749 খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ মুঠ 16,730.72 হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত।

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে
author img

By

Published : Jul 12, 2019, 11:16 AM IST

গুৱাহাটী,12 জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানে । 17 খনকৈ জিলা বৰ্তমান পানীৰ তলত, বানপানীৰ ফলত প্ৰভাৱিত হৈছে 4 লক্ষাধিক লোক ।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত দ্বিতীয়টো বান পৰিস্থিতিয়ে অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যৰ 17 খনকৈ জিলাৰ 4 লক্ষাধিক লোকে ককবকাইছে বানত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট আৰু ডিব্ৰুগড়ৰ জিলাৰ প্ৰায় 749 খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ মুঠ 16,730.72 হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত।

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে

অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভূটানত যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বৃহৎ এলেকা। 10 তাৰিখলৈ ৰাজ্যৰ 11 খনকৈ জিলা জলমগ্ন হৈ আছিল যদিও 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ নদী সমূহৰ জলস্তৰ অধিক বৃদ্ধি পোৱাত আৰু 6 খনকৈ জিলা বানৰ কবলত পৰিছে।দ্বিতীয়টো বানত লখিমপুৰ আৰু ধেমাজি জিলা সবাতোকৈ অধিক প্ৰভাৱিত হৈছে। ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাতীঘাট আৰু তেজপুৰত বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে শিৱসাগৰত দিখৌ নৈ, গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰালী নৈ, কামৰূপত পুঠিমাৰী নৈ আৰু বৰপেটাত বাকী নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বান প্ৰতিষ্ঠিত পৰা মুকাবিলা কৰিবলৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লোক সষ্টম হৈ আছে ।

Intro:ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। ১৭খনকৈ জিলা বৰ্তমান পানীৰ তলত, বানপানীৰ ফলত প্ৰভাৱিত হৈছে ৪ লক্ষাধিক লোক।

Body:নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত দ্বিতীয়টো বান পৰিস্থিতি অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যৰ ১৭খনকৈ জিলাৰ ৪ লক্ষাধিক লোক ককবকাইছে পানীৰ তলত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট আৰু ডিব্ৰুগড়ৰ জিলাৰ প্ৰায় ৭৪৯খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ মুঠ ১৬,৭৩০.৭২ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত।
অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভূটানত যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বৃহৎ এলেকা। যোৱা ১০ তাৰিকে ৰাজ্যেৰ ১১খনকৈ জিলা জলমগ্ন হৈ আছিল যদিও ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ নদী সমূহৰ জলস্তৰ অধিক বৃদ্ধি পোৱাত আৰু ৬খনকৈ জিলা বানৰ কবলত পৰিছে। Conclusion:দ্বিতীয়টো বানত লখিমপুৰ আৰু ধেমাজি জিলা সবাতোকৈ অধিক প্ৰভাৱিত হৈছে। ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাতীঘট আৰু তেজপুৰত বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বিৰিতে শিৱসাগৰত দিখৌ নৈ, গোলাঘাট জিলাৰ নুমলীগড়ত ধানশিৰী, শোণিতপুৰত জীয়া ভৰালী নৈ, কামৰূপত পুঠিমাৰী নৈ আৰু বৰপেটাত বাকী নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বান প্ৰতিষ্ঠিত পৰা মুকাবিলা কৰিবলৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লোক সষ্টম হৈ আছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.