ETV Bharat / state

ছয়গাঁৱত বন্যাৰ্তক খাদ্য সামগ্ৰী বিতৰণ মহিলা সমিতিৰ - Flood

টপাৰ পথাৰ,অগ্ৰদূত আদি অঞ্চলৰ বহুসংখ্যক বানপীড়িত লোকক উদ্ধাৰ কৰাৰ লগতে মথাউৰিত অস্থায়ীভাৱে আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰি দিয়ে ৷

ছয়গাঁৱত হাঁহচৰী মহিলা সমিতিৰ উদ্ধাৰ অভিযান
author img

By

Published : Jul 17, 2019, 6:43 PM IST

ছয়গাঁও, ১৭ জুলাইঃ ছয়গাঁৱৰ গৰৈমাৰীত হাঁহচৰী মহিলা সমিতিৰ বিশেষ পদক্ষেপ । বানাক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে মহিলা সমিতিখনে।

ছয়গাঁৱত হাঁহচৰী মহিলা সমিতিৰ উদ্ধাৰ অভিযান

গৰৈমাৰীৰ হাঁহচৰী মহিলা সমিতিৰ সদস্যাসকলে বুধবাৰে গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত টপাৰ পথাৰ,অগ্ৰদূত আদি অঞ্চলৰ বহুসংখ্যক বানপীড়িত লোকক উদ্ধাৰ কৰাৰ লগতে মথাউৰিত অস্থায়ীভাৱে আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰি দিয়ে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে মুঠ ৭০ টা পৰিয়ালক এনেদৰে উদ্ধাৰ কৰাৰ লগতে ৫০ টা পৰিয়ালক মথাউৰিত তম্বু তৰি থকাৰ বাবে ৫০ খন তিৰ্পালৰ লগতে খোৱা খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ মহিলা সমিতিখনৰ ৩০ জনীয়া দলটোৰ এই মহানুভৱতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷

লগতে আন এটা বাতৰি- নাৱত আহাৰ লৈ বানাক্ৰান্তৰ কাষত বিধায়ক মৃণাল শইকীয়া

Intro:ছয়গাঁৱৰ বানপীড়িত লোকক সহায়ৰ হাত আগবঢ়ালে গৰৈমাৰীৰ এটি স্বেচ্ছাসেৱী সংগঠনে ৷ বন্যাত্যৰ মাজত বিলালে তিৰ্পাল আৰু গাখীৰ ৷ লগতে চলালে উদ্ধাৰ অভিযান ৷Body:ছয়গাঁও ১৭ জুলাই : ছয়গাঁৱৰ বানপীড়িত সকলৰ ওচৰত থিয় দিলে গৰৈমাৰীৰ এটি স্বেচ্ছাসেৱী সংগঠন ৷ গৰৈমাৰীৰ হাঁহচৰী মহিলা সমিতিৰ সদস্যাা সকলে বুধবাৰে গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত টপাৰ পথাৰ,অগ্ৰদূত আদি অঞ্চলৰ বহুসংখ্যক বানপীড়িত লোকক বানত কক বকাই থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানত অৰ্থাৎ মথাউৰিত অস্থায়ীভাৱে আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰি দিয়ে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে মুঠ ৭০ টা পৰিয়ালক এনেদৰে উদ্ধাৰ কৰাৰ লগতে ৫০ টা পৰিয়ালক মথাউৰিত তম্বু তৰি থকাৰ বাবে ৫০ খন তিৰ্পালৰ লগতে ২০ টা পৰিয়ালক ২০ লিটাৰ গাখীৰ প্ৰদান কৰে ৷ মহিলা সংস্থাটোৰ ৩০ জনীয়া দলটোৰ এই মহানুভৱতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷Conclusion:Byte
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.