ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰব অসম সংগ্ৰামী মঞ্চ

ভাৰতবৰ্ষত বিৰোধী দলৰ মাজত মতভেদ আৰু বিশ্বাসযোগ্য,শক্তিশালী নেতৃত্বৰ অভাৱৰ বাবেহে নৰেন্দ্ৰ মোডীক পুনৰবাৰ ৰাইজে ভোট দিছে বুলি মন্তব্য সংগ্ৰামী মঞ্চৰ । চৰকাৰে কোনো কাৰণতে যাতে নাগৰিকত্ব সংশোধনী বিল খন গৃহীত নকৰে তাৰ বাবে সকিয়াই দিয়ে অসম সংগ্ৰামী মঞ্চই ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰব অসম সংগ্ৰামী মঞ্চ
author img

By

Published : May 24, 2019, 11:26 PM IST

গুৱাহাটী, ২৪ মেঃ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এইদৰে পুনৰ বাৰ সৰৱ অসম সংগ্ৰামী মঞ্চ । নেতৃত্বৰ অভাৱৰ বাবেহে নৰেন্দ্ৰ মোডীক পুনৰবাৰ ৰাইজে ভোট দিছে বুলি মন্তব্য ।

etv bharat Assam
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰব অসম সংগ্ৰামী মঞ্চ

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত পুনৰ বাৰ সৰৱ হয় অসম সংগ্ৰামী মঞ্চৰ নেতৃত্ব । ভাৰতবৰ্ষত বিৰোধী দলৰ মাজত মতভেদ আৰু বিশ্বাসযোগ্য,শক্তিশালী নেতৃত্বৰ অভাৱৰ বাবেহে নৰেন্দ্ৰ মোডীক পুনৰবাৰ ৰাইজে ভোট দিছে । কিন্তু এই জয় নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থনৰ জয় নহয় বুলি মন্তব্য সংগ্ৰামী মঞ্চৰ । তেওঁ লোকৰ স্পষ্ট কথা কেন্দ্ৰত চৰকাৰ গঠন কৰি কোনো কাৰনতে যাতে নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত নকৰে । লগতে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত এক শক্তিশালী যৌথ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও নতুন কেন্দ্ৰীয় চৰকাৰক উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় । লগতে খিলঞ্জীয়াৰ সকলো ক্ষমতা অটুট ৰখাৰ বাবে প্দক্ষেপ লবলৈ আহ্বান জনায় ।

লগতে আন এটা বাতৰি - কোনে খালে দুখীয়াৰ চাউল ?

Intro:ভাৰতবৰ্ষত বিৰোধী দলৰ মাজত মতভেদ আৰু বিশ্বাসযোগ্য,শক্তিশালী নেতৃত্বৰ অভাৱৰ বাবেহে নৰেন্দ্ৰ মোডীক পুনৰবাৰ ৰাইজে ভোট দিছে । কিন্তু এই জয় নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থনৰ জয় নহয় । এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এইদৰে পুনৰ বাৰ সৰৱ হয় সংগঠটোৰ নেতৃত্ব । তেওঁ লোকৰ স্পষ্ট কথা কেন্দ্ৰত চৰকাৰ গঠন কৰি কোনো কাৰনতে যাতে নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত নকৰে । লগতে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত এক শক্তিশালী যৌথ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও নতুন কেন্দ্ৰীয় চৰকাৰক উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যক বিশেষ ৰাজ্য ৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় ।লগতে খিলঞ্জীয়াৰ সকলো ক্ষমতা অটুট ৰখাৰ বাবে প্ৰদক্ষেপ লবলৈ আহ্বান জনায় । সংবাদমেলত আৰু দাবী তোলে যে অতি শীঘ্ৰে শুদ্ধ নাগৰিকপঞ্জী প্ৰবৰ্তন কৰক ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.