ETV Bharat / state

ষ্ট্ৰং ৰূমৰ কাষতে ট্ৰাকে ট্ৰাকে ইভিএমঃ আমিনগাঁৱত উত্তেজনা - ষ্ট্ৰং ৰূম

তেজপুৰ সমষ্টিৰ EVM সমূহ টেম্পাৰিঙৰ অপচেষ্টা কৰাৰ লগতে ষ্ট্ৰং ৰূমতে EVM সাল-সলনি কৰাৰ সন্দেহ কংগ্ৰেছী সমৰ্থক সকলৰ ।

আমিনগাঁও ষ্ট্ৰং ৰূমৰ সমীপত ট্ৰাকে ট্ৰাকে EVM মেচিন কিন্তু কিয় ?
author img

By

Published : Apr 29, 2019, 11:25 AM IST

আমিনগাঁও, 29 এপ্ৰিলঃ আমিনগাঁৱত দেওবাৰে নিশা ট্ৰাকে ট্ৰাকে নমোৱা হ'ল EVM ৷ আমিনগাঁৱৰ ষ্ট্ৰংৰূমৰ সমীপত ৩খন বলেৰ' পিক আপ ভেন আৰু ৪ খন ট্ৰাকৰ পৰা EVM নমোৱাকলৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় । এখন দুখন নহয় কেইবাখনো ট্ৰাকত আহিল EVM,VVPAT । ফলত তেজপুৰ সমষ্টিৰ EVM সমূহ টেম্পাৰিঙৰ অপচেষ্টা কৰাৰ লগতে ষ্ট্ৰং ৰূমতে EVM সাল-সলনি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছী কৰ্মী সমৰ্থকসকলে ।

আমিনগাঁও ষ্ট্ৰং ৰূমৰ সমীপত ট্ৰাকে ট্ৰাকে EVM মেচিন কিন্তু কিয় ?

আৰু পঢ়ক 9 ৰাজ্যৰ 71টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ

আনহাতে EVM সাল-সলনি কৰাৰ সন্দেহত পৰিস্থিতি ক্ৰমান্নয়ে উত্তপ্ত হোৱা বাবে EVM সমূহ ব্যৱহাৰ নোহোৱা EVM বুলি সাংবাদিকৰ আগত জনায় নিৰ্বাচনী বিষয়াই। কিন্তু নিশা প্ৰায় ১১ মান বজাত তেজপুৰৰ পৰা সেই স্থানত EVM সমূহ সৰবৰাহ কৰাৰ ক্ষেত্ৰত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

*SLUG= AMINGAON EVM UTTEJONA*

👉আমিনগাওঁত নিশা ট্ৰাকে ট্ৰাকে EVM ।

👉আমিনগাওঁ ষ্ট্ৰং ৰূমৰ ওচৰত ট্ৰাকৰ পৰা EVM নমোৱাকলৈ চাঞ্চল্য । 

👉এখন দুখন নহয় কেইবাখনো ট্ৰাকত আহিল EVM,VVPAT মেচিন ।

👉ষ্ট্ৰং ৰূপত EVM সাল-সলনি কৰাৰ সন্দেহ কংগ্ৰেছৰ । 

👉প্ৰশাসনৰ পৰা EVM সমূহ ব্যৱহাৰ নহোৱা EVM বুলি ঘোষনা । 

👉কিন্তু নিশাৰ ভাগত EVM সমূহ কিহৰ বাবে সৰবৰাহ কৰা হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । 

👉প্ৰশাসনৰে তেজপুৰ লোকসভা সমষ্টিত ব্যৱহাৰ নহোৱা EVM বুলি ঘোষনা কৰিছে এই সমূহ EVM 

Vo : নিশা কামৰূপ জিলা উপযুক্ত কাৰ্যালয়ত চাঞ্চলৰ ঘটনা।উপযুক্ত কাৰ্যালয়ৰ এটা গুদামত নিশা গাড়ীয়ে গাড়ীয়ে EVM আৰু WPAT মেচিন মজুত কৰা লৈ এই উটেজনা। ৩ বলেৰ পিকাপ ভেন আৰু ৪ ট্ৰাকত অনা হৈছিল EVM আৰু WPAT মেচিন  সমূহ।নিশা প্ৰায় ১১ মান বজাত তেজপুৰৰ পৰা আনি সেই স্থানত গাড়ী পৰা আনলদিগ কৰিছিল মেচিনসমূহ ।প্ৰশাসনৰ এনে কাৰ্যক এই এতিয়া চাঞ্চলৰ  সৃষ্টি হৈছে।তেজপুৰৰ সমষ্টিৰ EVM সমূহ টেম্পাৰিংগ  অপচেষ্টা বুলি একাংশ কংগ্ৰেছী অভিযোগ তুলিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.