ETV Bharat / state

ৰঙিয়াত চলন্ত বাছ এৰি পলায়ন চালকৰ - bus

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা ৷  ৰঙিয়াৰ পৰা নাতিদুৰৈত নোনাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰপেটা অভিমুখী দ্ৰুতবেগী AS 15 AC 2026 নম্বৰৰ ৰাম কৃষ্ণ নামৰ আল্ট্ৰা বাছখনে নলবাৰী অভিমুখী বলেৰ' পিক আপ ভান এখনক খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷

ৰঙিয়াত চলন্ত বাছ এৰি পলায়ন চালকৰ
author img

By

Published : Jul 14, 2019, 3:14 AM IST

Updated : Jul 14, 2019, 4:08 AM IST

ৰঙিয়া 14 জুলাইঃ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা ৷ ৰঙিয়াৰ পৰা নাতিদুৰৈত নোনাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰপেটা অভিমুখী দ্ৰুতবেগী AS 15 AC 2026 নম্বৰৰ ৰাম কৃষ্ণ নামৰ আল্ট্ৰা বাছখনে নলবাৰী অভিমুখী বলেৰ' পিক আপ ভান এখনক খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পিচতেই বাছখনৰ চালক জনে চলন্ত বাছ খনৰ পৰা পলায়ন কৰে ৷ ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় যুৱক পুতুল আলীয়ে দৌৰি চলন্ত বাছৰ ভিতৰত জপিয়াই উঠি বাছখন নিয়ন্ত্ৰণ কৰে । দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ । চলান্ত বাছ এৰি চালকে পলায়ন কৰাৰ ফলত যাত্ৰীসকল আতংকিত হৈ পৰে । যাৰ বাবে একাংশ যাত্ৰীয়ে আল্ট্ৰা বাছখৰ খিৰিকী ভাঙি জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে, ফলত কেইবাজনো আঘাতপ্ৰাপ্ত হয় ।

Intro:চলন্ত বাছ এৰি পলায়ন চালকৰBody:এজন যুৱকে চিনেমাৰ কায়দাত প্ৰাণ ৰক্ষা কৰিলে বহুকেইজন যাত্ৰীৰ। ঘটনাটো ঘটিছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত। ৰঙিয়াৰ পৰা নাতিদুৰৈত নোনাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰপেটা অভিমুখী দ্ৰুতবেগী AS 15 AC 2026 নম্বৰৰ ৰাম কৃষ্ণ নামৰ আল্ট্ৰা বাছখনে নলবাৰী অভিমুখী বলেৰ' পিক আপ ভান এখনক খুন্দিয়াই। ঘটনাটো সংঘটিত কৰিয়েই বাছখনৰ চালকজনে মাজ ৰাস্তাতে চলিথকা গাড়ীখনৰ পৰা জপিয়াই পলায়ন কৰে। ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় যুৱক পুতুল আলীয়ে দৌৰি দৌৰি চলান্ত বাছৰ ভিতৰত জপিয়াই উঠি বাছখন নিয়ন্ত্ৰণ কৰে।দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ । চলান্ত বাছ এৰি চালকে পলায়ন কৰাৰ ফলত যাত্ৰীসকল আতংকিত হৈ পৰে । যাৰ বাবে একাংশ যাত্ৰীয়ে আল্ট্ৰা বাছখৰ খিৰিকী ভাঙি জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে, ফলত কেইবাজনো আঘাতপ্ৰাপ্ত হয় । কম বেছি পৰিমানে বহু কেইজন যাত্ৰী আহত হৈছে ।

BITE : (1) প্ৰত্যক্ষদৰ্শী (2) সাহসী যুৱকConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
Last Updated : Jul 14, 2019, 4:08 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.