ETV Bharat / state

বান সমস্যা সমাধানৰ দাবীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ - আমিনগাওঁ

বান, গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান,বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ অতি সোনকালে নিৰ্মাণ কৰাৰ দাবীত বিক্ষোভ ছাত্ৰ সন্থাৰ

কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কায্যসূচী
author img

By

Published : Aug 3, 2019, 5:26 PM IST

কামৰূপ, 3 আগষ্টঃ অসমৰ ৰাইজৰ সমস্যাক লৈ পুনৰ সৰৱ সদৌ অসম ছাত্ৰ সন্থা ৷ অসমৰ বানপানী গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, বান পানীত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ অতি সোনকালে নিৰ্মাণ কৰা,কৃষক ৰাইজক বিনামূলীয়াকৈ কঠিয়া, সাৰ আৰু বীজ যোগান ধৰাৰ দাবীত শনিবাৰে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থাই ৷ ছাত্ৰ সন্থাৰ দাবী বানপীড়িত লোকসকলৰ বাবে অতি শীঘ্ৰেই সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মথুৱাৰী পৰিদৰ্শন কৰি কামৰূপ জিলা উপায়ুক্ত আৰু গড়কাপ্তানি বিভাগক অতি সোনকালে মেৰামতিৰ কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰ সন্থাৰ ৷

Intro:👉কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কায্যসূচী।

👉অসমৰ বান পানী গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা।
👉 বান পানীত ক্ষতিগ্ৰস্ত বিদ্যালয় সমূহ অতি সোনকালে নিৰ্মান কৰা।
👉কৃষক ৰাইজক বিনামূলীয়াকৈ কঠিয়া আৰু সাৰ ,বীজ যোগান ধৰা ।

Body:আমিনগাঁওত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। পুঠিমাৰি নদীৰ ভগ্ন মথুৱাৰী পুনৰ নিৰ্মাণ আৰু বানাক্ৰান্ত উপযুক্ত সাহায্য অতি সোনকালে প্ৰদানৰ দাবীত
সদৌ অসম ছাত্ৰ সন্থাৰ দুই ঘণ্টায়ী অৱস্থান ধৰ্মঘট।

Conclusion:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মথুৱাৰী পৰিদৰ্শন কৰি কামৰূপ জিলা উপায়ুক্ত আৰু গড়কাপ্তানিক বিভাগক অতি সোনকালে মেৰামতিৰ কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ছাত্ৰ সন্থাৰ।কামৰূপ জিলা ছাত্ৰ সন্থাৰ দুই শতাধিক আছু কৰ্মীয়ে কপালে আমিনগাঁও কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় ৰ চৌহদত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.