ETV Bharat / state

গুৱাহাটী বিমানবন্দৰত কৃত্ৰিম বান - গুৱাহাটীৰ বাতৰি

এবছৰ পূৰ্বে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল । কিন্তু পানী ওলাই যোৱাৰ যি ব্যৱস্থা কৰিব লাগিছিল সেয়া বিমানবন্দৰ কৰ্তৃপক্ষই নকৰাৰ ফলত এনেদৰে এজাক বৰষুণতে পানীত বুৰ যায় বিমানবন্দৰৰ চৌহদ ।

এইবাৰ বিমানবন্দৰত কৃত্ৰিম বান
author img

By

Published : Jun 11, 2019, 6:42 PM IST

আজাৰা,১১ জুনঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৃত্ৰিম বান । পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ সন্মুখৰ ভাগ বুৰ যায় কৃত্ৰিম বানত । বিশেষকৈ বিমানবন্দৰৰ টেক্সি ষ্টেণ্ড,কাৰগোৰ সন্মুখভাগ,মূলপথৰ লগতে যাত্ৰীয়ে অহা যোৱা কৰা পথটো কৃত্ৰিম বানত বুৰ যোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হয় যাত্ৰীসকল ৷

এইবাৰ বিমানবন্দৰত কৃত্ৰিম বান

উল্লেখ্য যে এবছৰ পূৰ্বে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল । কিন্তু পানী ওলাই যোৱাৰ যি ব্যৱস্থা কৰিব লাগিছিল সেয়া বিমানবন্দৰ কৰ্তৃপক্ষই নকৰাৰ ফলত এনেদৰে এজাক বৰষুণতে পানীত বুৰ যায় বিমানবন্দৰৰ চৌহদ ।

Slug:-As_kam_11june_airport_flood_811-812_vis+bite+photo_as10020

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৃত্ৰিম বান ।

Vo..এজাক বৰষুণতে বুৰ গল বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।
আজি পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ সমুখৰ ভাগ কৃত্ৰিম বানত বুৰ যায়।বিশেষ কৈ বিমানবন্দৰৰ টেক্সি ষ্টেণ্ড,কাৰগো সন্মুখভাগ,মূলপথৰ লগতে যাত্ৰীয়ে অহা যোৱা কৰা পথটো ও কৃত্ৰিম বানত বুৰ যোৱাৰ ফলত যাত্ৰীৰ মাজত হাঁহাকাৰ সৃষ্টি হয়।উল্লেখ যে যোৱা এবছৰ আগতে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নতুনকৈ নিৰ্মান কৰা হৈছিল ।কিন্তু পানী ওলাই যোৱাৰ যি ব্যৱস্থা কৰিব লাগিছিল সেয়া বিমানবন্দৰ কৰ্তৃপক্ষই নকৰাৰ ফলত এনেদৰে এজাক বৰষুণতে পানীত বুৰ যায় বিমানবন্দৰৰ চৌহদ ।

Bite..যাত্ৰী

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.