ETV Bharat / state

ৰঙিয়াত আক্ৰাছুৰ ক'লা পতাকা উৰুৱাই প্ৰতিবাদ - কোচ-ৰাজবংশী লোকসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত

আক্ৰাছুয়ে সমগ্ৰ ৰাজ‍্যতে আজি ক'লা দিৱস উদযাপন কৰিছে । আক্ৰাছুৰ প্ৰতিটো আঞ্চলিক সমিতিত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ কৰিছে এই প্ৰতাৰণা দিৱসত ।

ৰঙিয়াত আক্ৰাছুৰ ক'লা পতাকা উৰুৱাই প্ৰতিবাদ

author img

By

Published : Aug 28, 2020, 1:32 PM IST

ৰঙিয়া, 28 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াৰ বিভিন্ন স্থানত ক'লা পতাকা উৰুৱাই আক্ৰাছুৱে শুক্ৰবাৰে প্ৰতাৰণা দিৱস পালন কৰে । আক্ৰাছুৱে এই দিনটো ক'লা দিৱস ৰূপে পালন কৰি আহিছে ।

ৰঙিয়াত আক্ৰাছুৰ ক'লা পতাকা উৰুৱাই প্ৰতিবাদ
ৰঙিয়াত আক্ৰাছুৰ ক'লা পতাকা উৰুৱাই প্ৰতিবাদ

উল্লেখ্য যে 1949 চনৰ 28আগষ্টৰ দিনটোত ভাৰত চৰকাৰ আৰু কমতাপুৰ (কোচবিহাৰ)ৰ মাজত হোৱা মাৰ্জাৰ চুক্তিৰ দিনটো আক্ৰাছুৱে ক'লা দিৱস হিচাপে পালন কৰি আহিছে । ভাৰত চৰকাৰে তেতিয়াৰ কলিকতাত বাসকৰা কোচ-ৰাজবংশী সকলৰ লগত উক্ত চুক্তি সম্পন্ন কৰিছিল ।

যাৰ ফলত অসমত বাস কৰি থকা কোচ-ৰাজবংশী লোকসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে । শুক্ৰবাৰে ৰঙিয়াত কোচ-ৰাজবংশী ছাত্র সন্থা(আক্ৰাছু)ৰ সদস্য সকলে ৰঙিয়াৰ চেপ্তি,মুৰাৰা,হাইৱে চক,চক্ৰ বিষয়াৰ কাৰ্য‍্যালয়ৰ লগতে কেইবাঠাইতো ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ মূল দাবী হৈছে কোচ-ৰাজবংশী সকলক অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰাৰ লগতে পৃঠকে কমতাপুৰ গঠন কৰা ।

লগতে পঢ়ক : ৰাজ্যযুৰি আক্ৰাছুৰ প্ৰতাৰণা দিৱস উদযাপন, চিৰাঙত ক'লা পতাকা উত্তোলনেৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.