কামৰূপ, 6 জুনঃ শুকুৰবাৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ হাই মাদ্ৰছা পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰি কামৰূপ জিলালৈ গৌৰৱ কঢ়িযাই আনিছে আলিকাষৰ আফচানা য়াচমিনে ৷ আফচানা শিঙিমাৰী আলিকাষ বামুণবুড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী ৷ মুঠ 552 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে আফচানাই ৷
লগতে পঢ়কঃ নৱম স্থানৰে জিলিকিল দৰঙৰ ভৃগুমোহন কুমাৰ