ETV Bharat / state

শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ - দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালক সম্বৰ্ধনা আৱাহন থিয়েটাৰ কমিটি তথা প্ৰদীপ সংঘৰ সদস্যবৃন্দৰ ৷ সম্বৰ্ধনা অনুষ্ঠানটোৰ আতঁ ধৰে প্ৰদীপ সংঘৰ সম্পাদক জিন্টু ডেকাই ৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বহীদ দিপাঞ্জল দাসৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷

Abahan Theater gives financial assistance to Dipanjal Das's family
শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ
author img

By

Published : Jan 5, 2020, 12:26 PM IST

ছয়গাঁও,5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা আৱাহন থিয়েটাৰ সমিটি তথা প্ৰদীপ সংঘৰ সদস্যবৃন্দৰ ৷ সম্বৰ্ধনা অনুষ্ঠানটোৰ আতঁ ধৰে প্ৰদীপ সংঘৰ সম্পাদক জিন্টু ডেকাই ৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বহীদ দিপাঞ্জল দাসৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷ লগতে জাতিধ্বংসী এই আইনখনৰ বিৰোধীতা কৰি প্ৰাণ দিয়া দীপাঞ্জলৰ সেই ত্যাগ যাতে লক্ষ্যত যাতে অথলে নাযায় আৰু সমূহ অসমবাসীয়ে যাতে লক্ষ্য়ত উপনীত হ’ব পাৰে তাৰে কামনা কৰে ৷ তেখেতে আৰু কয় যে, এই লক্ষ্যত উপনীত হ’লেহে "কা" বিৰোধী আন্দোলনত শ্বহীদ হোৱাসকলৰ আত্মাই চিৰশান্তি লাভ কৰিব ৷ চৰকাৰৰ ওচৰত আটাইকেইগৰাকী শ্বহীদৰে হত্যাৰ উচিত তদন্তৰো দাবী উত্থাপন কৰে অভিনেত্ৰী গৰাকীয়ে ৷

শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক আৰ্থিক সাহায্য প্ৰদান আৱাহন থিয়েটাৰৰ

উল্লেখ্য যে, উক্ত অনুষ্ঠানতে আৱাহন থিয়েটাৰ কমিটি তথা প্ৰদীপ সংঘই পোন্ধৰ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক ।

লগতে পঢ়ক-আস্থা ঠাকুৰৰ বাল্য পঞ্চায়ত আৰু প্লাষ্টিক মুক্ত অভিযান

Intro:Body:আৱাহন থিয়েটাৰ আৰু প্ৰদীপ সংঘ, বামুণীগাওঁৰ উদ্যোগত ছয়গাঁও নিবাসী কা বিৰোধী আন্দোলনৰ প্ৰথম স্বহীদ দীপাঞ্জল দাসৰ পৰিয়াটোক যোৱা নিশা ছয়গাঁও সমষ্টিৰ বামুণীগাওঁত চলি থকা আৱাহন থিয়েটাৰৰ মঞ্চত ৰাজহুৱা ভাৱে শতাধিক দৰ্শকৰ উপস্থিতিত উষ্ম সম্বৰ্ধনা জনায় আৱাহন থিয়েটাৰ কমিটি তথা প্ৰদীপ সংঘৰ সদস্যবৃন্দই। সম্বৰ্ধনা অনুষ্ঠানটোৰ আতঁ ধৰে প্ৰদীপ সংঘৰ সম্পাদক জিন্টু ডেকাই। বামুণীগাওঁ নিবাসী বনগাঁও খণ্ডৰ জিলা পৰিষদৰ সদস্য গোলাপ মেধিয়ে নিজৰ ভাষণ প্ৰসংগত অসমখনক গিণিপিগৰ সৈতে তুলনা কৰি কয় যে, বৰ্তমান অসমখনকো গিণিপিগৰ দৰে কাটি বাচি শেষ কৰাৰ পূৰ্ণপৰ্যায়ৰ চেষ্টা চলাইছে। গতিকে, অসমীয়া ৰাইজে এতিয়া একত্ৰিত হৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব বুলি তাৎপৰ্য পূৰ্ণ ভাষণ প্ৰদান কৰে। অনুষ্ঠানতোত মূল ভাষণ প্ৰদান কৰে, আৱাহন থিয়েটাৰৰ মূল নায়িকা প্ৰস্তুতি পৰাশৰে। প্ৰস্তুতি পৰাশৰে নিজৰ ভাষণত শ্বহীদ দিপাঞ্জল দাসৰ আত্মাৰ সদ্ গতি প্ৰাৰ্থনা কৰি পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

জাতিধ্বংসী কৰা নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে কুমলীয়া বয়সতে আন্দোলন কৰি প্ৰাণ দিবলগীয়া হল, দীপাঞ্জলৰ সেই আন্দোলনৰ লক্ষ্য যাতে অসমবাসী ৰাইজে উপনীত হব পাৰে তাৰে কামনা কৰে। লগতে তেওঁ কয় যে, এই লক্ষ্য উপনীত হলেহে কা বিৰোধী আন্দোলনত স্বহীদ হোৱা সকলৰ আত্মাই চিৰশান্তি লাভ কৰিব বুলি মত প্ৰকাশ কৰে। শ্বহীদ সকলৰ হত্যাৰ উচিত তদন্তৰ দাবী জনাই অভিনেত্ৰী প্ৰস্তুতিয়ে কয় যে চৰকাৰে সেই শ্বহীদ কেইজনক জাতিদ্ৰোহী আখ্যা দি হত্যা কৰা বুলি মিছা অপবাদ জাপি দিছে। কিন্তু শ্বহীদ কেইজনে নিজৰ ফুলকুমলীয়া বয়সত স্বতঃস্ফুত ভাৱে জাতীয় চেতনাৰে জাতিধ্বংসী তথা সংবিধান উলংঘা কৰা আইন খনৰ বিৰুদ্ধে আন্দোলনত জপিয়াই পৰিছিল। গতিকে এই হত্যাৰ উচিত তদন্তৰ দাবী জনাই অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। অনুষ্ঠানৰ আৰম্ভণিতে আৱাহন থিয়েটাৰৰ সমূহ দৰ্শক, কলাকুশলীকে আদি কৰি সকলোৱে শ্বহীদ দিপাঞ্জল দাসকে ধৰি বাকী চাৰিজন শ্বহীদৰ আত্মাৰ চিৰশান্তি কামনা কৰি সকলোৱে থিয় হৈ এক মিনিট সময় মৌন ব্ৰত পালন কৰে। অনুষ্ঠানতোত আৱাহন থিয়েটাৰ কমিটি তথা প্ৰদীপ সংঘই পোন্ধৰ হাজাৰ টকাৰ এটা আৰ্থিক সাহাৰ্য্য শ্বহীদ দিপাঞ্জল দাসৰ পৰিয়াক প্ৰদান কৰে। অনুষ্ঠানৰ সৰ্বশেষত বনগাঁও খণ্ডৰ জিলা পৰিষদৰ সদস্য গোলাপ মেধিয়ে আত ধৰা জয় আয় অসম, শ্বহীদ দিপাঞ্জল দাস অমৰ হওঁক আদি শ্ল'গানেৰে উত্তাল হৈ উথে আৱাহন থিয়েটাৰৰ মঞ্চ।

Byte- প্ৰস্তুতি পৰাশৰ, অভিনেত্ৰী

কেমেৰাপাৰ্চন দামোদৰ বড়োৰ সৈতে বকোৰ পৰা কুলেন্দু কলিতা। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.