ETV Bharat / state

প্ৰেমঃ ৰাজপথতেই প্ৰহাৰ যুৱতীক - যুৱতী গৰাকীক কুঁহিয়াৰ এডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ৰাজপথতেই প্ৰহাৰ যুৱতীক ৷ ৰঙিয়াৰ ৰেল ষ্টেচনৰ সমীপত বিদ্যালয়ৰ পৰা ওভতা যুৱতী এগৰাকীক বাটত আগচি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ইছিল এগৰাকী যুৱকে ৷ যুৱতী গৰাকীয়ে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ভাইটি নামৰ যুৱকজন খঙত কুঁহিয়াৰ এডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত উদণ্ড যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

ৰাজপথতেই প্ৰহাৰ যুৱতীক
author img

By

Published : Aug 30, 2019, 11:17 PM IST

ৰঙিয়া, 30 আগষ্টঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ৰাজপথতেই প্ৰহাৰ যুৱতীক ৷ ৰঙিয়াৰ ৰেল ষ্টেচনৰ সমীপত বিদ্যালয়ৰ পৰা ওভতা যুৱতী এগৰাকীক বাটত আগচি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ইছিল এগৰাকী যুৱকে ৷ যুৱতী গৰাকীয়ে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ভাইটি নামৰ যুৱকজনে খঙত যুৱতী গৰাকীক কুঁহিয়াৰ এডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ লগতে বেয়াকৈ মাৰধৰ কৰাৰ ফলত যুৱতীগৰাকী কিছু পৰিমাণে আহত হয় ৷ ইতিমধ্যে আতংকিত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত উদণ্ড যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

Intro:প্ৰেমৰ প্ৰস্তাৱ প্ৰত‍্যাখ‍্যান কৰাৰ ফলত ৰাজপথতেই মাৰ খালে কিশোৰী ছাত্ৰীয়েBody:প্ৰেমৰ প্ৰস্তাৱ প্ৰত‍্যাখ‍্যান কৰি ৰাজপথত প্ৰেমিকৰ মাৰ খালে কিশোৰীয়ে। ঘটনাটো ৰঙিয়াৰ ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছে। বিদ্যালয়ৰ পৰা ওভতি আহি থকা অৱস্থাত প্ৰেমিক 'ভাইটি'য়ে বাট আগচি ধৰি কিশোৰী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগ বঢ়ায়। যেতিয়া কিশোৰী গৰাকীয়ে প্ৰস্তাৱ প্ৰত‍্যাখ‍্যান কৰে তেতিয়া ভাইটি নামৰ যুৱকজন খঙত একো নাই হৈ পৰে আৰু এডাল কুহিয়াৰেৰে কিশোৰী গৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰে। কুহিয়াৰেৰে মাৰাৰ লগতে চৰ আৰু ভুকু গাত পৰা বাবে কিশোৰী গৰাকী কিছু পৰিমাণে আহত হৈছে। আতংকিত ভুক্তভোগী ছাত্ৰী গৰাকী বৰ্তমান ন‍্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে। ছাত্ৰীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত উদণ্ড যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণ কৰা কুহিয়াৰডাল জব্দ কৰি ভাইতীৰ সন্ধানত নামি পৰিছে ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.