ETV Bharat / state

পুখুৰীত পৰি মৃত্যু তিনি কিশোৰীৰ - hatiutha

একেটা চুবুৰীৰে কিৰণমণি ইংতি, পৰিস্মিতা ইংতি আৰু মনালিছা ইংতি নামৰ তিনিগৰাকী কিশোৰীয়ে পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় ৷

পুখুৰীত পৰি মৃত্যু তিনি কিশোৰীৰ
author img

By

Published : Mar 23, 2019, 5:21 PM IST

কামৰূপ, 23 মাৰ্চঃ জাগীৰোডত কৰুণ ঘটনা ৷ পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক সাৱটিলে তিনিগৰাকী কিশোৰীয়ে ৷ শনিবাৰে জাগীৰোড মনহা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীউঠা গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনা ৷

পুখুৰীত পৰি মৃত্যু তিনি কিশোৰীৰ
একেটা চুবুৰীৰে কিৰণমণি ইংতি, পৰিস্মিতা ইংতি আৰু মনালিছা ইংতি নামৰতিনিগৰাকী কিশোৰীয়ে পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয়৷ এই ঘটনাকলৈ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি ৷

আনহাতে, হাতীউঠা গাঁৱত পানীৰ অভাৱৰ বাবেই পুখুৰীত গা ধুবলৈ বাধ্য বুলি ক্ষোভ উজাৰে গাঁওবাসীয়ে ৷

A_GHY_803_23MARCH_CHILDRENS_DEAD_VISUAL_BYTE_ASRAR

জাগীৰোডৰ মনহাত কৰুণ ঘটনা । জাগীৰোডৰ মনহা গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাতীউঠা গাঁৱত কৰুণ ঘটনাটো সংঘটিত হয় । পুখুৰীত গা ধুবলৈ যাওঁতে একেটা চুবুৰীৰ তিনি গৰাকী কিশোৰীৰ পানীত পৰি সলিল সমাধি । শনিবাৰে দুপৰীয়া সংঘটিত হয় এই কৰুণ ঘটনাটো । সলিল সমাধি ঘটা  কিশোৰী তিনিগৰাকীৰ নাম কিৰণমণি ইংতি (১২) , পৰিস্মিতা ইংতি (১১) আৰু মনালিছা ইংতি (১১)  । এই কৰুণ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । গাঁৱৰ স্থানীয় লোক এজনে কয় যে হাতীউঠা গাঁৱত পানীৰ অভাৱ , যাৰ ফলত পথাৰত থকা এখন পুখুৰীটো সকলোৱে পানীৰ অভাৱৰ কাৰণে ব্যৱহাৰ কৰে গাওঁবাসীয়ে । সেই পুখুৰীতে সংঘটিত হয় আজি কৰুণ ঘটনা । পুখুৰীত কিশোৰী কেইগৰাকী গা ধুবলৈ যাওঁতে ওচৰত নাছিল কোনো লোক , যাৰ ফলতে কৰুণ ঘটনাটো সংঘটিত হয়।
Byte

Visual at Ftp
Asrar Ansari 
  Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.