ETV Bharat / state

ৰাজ্যৰ বিভিন্ন স্থানত অসহায় পৰিয়ালসমূহক খাদ্য সামগ্ৰী বিতৰণ... - Ramdia 6 brothers food grain distribution at Golaghat

ৰামদিয়াৰ একাংশ লোকৰ
ৰামদিয়াৰ একাংশ লোকৰ
author img

By

Published : Apr 9, 2020, 1:54 PM IST

10:39 April 09

হাজো ৰামদিয়াৰ 6 ভাতৃৰ মহানুভৱতা..

খাদ্য বিতৰণ মহানুভৱসকলৰ..

গোলাঘাট, 9 এপ্ৰিল :   কামৰূপ জিলাৰ হাজো অন্তৰ্গত ৰামদিয়াৰ 6 জনকৈ ব্যক্তিয়ে গোলাঘাট জিলাৰ নাওজান আদৰ্শ গাঁৱৰ একাংশ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি দৰিছে ৷ দৰাচলতে, তিনি জন খেতিয়ক, এজন শিক্ষক আৰু দুজন সেনাবাহিনীত কাম কৰা যৌথ পৰিয়ালৰ এই ৬ ভাতৃয়ে তেল আৰু দাইলৰ বাহিৰে প্ৰায়ভাগ নিজৰ ঘৰত উৎপাদিত সামগ্ৰীৰে অঞ্চলটোৰ প্ৰায় ৭০ টা পৰিয়ালক সহায়ৰ হাত আগবঢায় ৷ 
 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.