ETV Bharat / state

CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

author img

By

Published : Dec 7, 2020, 7:07 PM IST

"মই কণ্ট্ৰভাৰ্ছী ভাল নাপাও, কিন্তু কণ্ট্ৰভাৰ্ছীয়েহে মোক ভাল পায় ৷ CAA ৰ বাবে আমাৰ কেইবাগৰাকীও ল'ৰা শ্বহীদ হ'ল ৷ দিন-ৰাতি একাকাৰ কৰি আমি যুদ্ধ কৰিলো, গতিকে ইমান সহজে এৰি নিদিও ৷ CAA যদি বলৱৎ হয় মই আকৌ ওলাই আহিম ৷" সোমবাৰে জু-ৰোডস্থিত বৰঠাকুৰ আই.এ.এছ একাডেমীৰ এপ মুকলি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে ৷

জুবিন গাৰ্গ
জুবিন গাৰ্গ

গুৱাহাটী, 7 ডিচেম্বৰ: "CAA ৰ বাবে আমাৰ কেইবাগৰাকীও ল'ৰা শ্বহীদ হ'ল ৷ দিন-ৰাতি একাকাৰ কৰি আমি যুদ্ধ কৰিলো, গতিকে ইমান সহজে এৰি নিদিও ৷ CAA যদি বলৱৎ হয় মই আকৌ ওলাই আহিম ৷" সোমবাৰে জু-ৰোডস্থিত বৰঠাকুৰ আই.এ.এছ একাডেমীৰ এপ মুকলি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷

CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

অনুষ্ঠানত উপস্থিত থাকি কণ্ঠশিল্পী গৰাকীয়ে CAA সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয় CAA বিৰুদ্ধে তেওঁ সদায় প্ৰতিবাদ কৰি আছে আৰু কৰি থাকিব ৷ যদি কৰ'ণাৰ বাবে ৰাজপথত ওলাই আহিব নোৱাৰে তেন্তে অন্যা পন্থাৰে হ'লেও তেওঁ প্ৰতিবাদ অব্যাহত ৰাখিব ৷ আনহাতে তেওঁ অখিল গগৈৰ মুক্তি সন্দৰ্ভতো মন্তব্য কৰে তেওঁ ৷ শীঘ্ৰেই অখিল গগৈক মুক্তি দিব লাগে বুলি মন্তব্য কৰে শিল্পী গৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ নিৰ্বাচনী প্ৰচাৰৰ গীত গোৱাতকৈ আন কোনো গীত গোৱাই ভাল বুলিও মন্তব্য কৰি তেওঁ কয়, তেওঁ "কণ্ট্ৰভাৰ্ছী" ভাল নাপায়, কিন্তু "কণ্ট্ৰভাৰ্ছী"য়েহে তেওঁক ভাল পায় ৷

লগতে পঢ়ক: এফালে বোকাখাতত অগপৰ ৰণশিঙা আনফালে খুমটাইত এজেপিত অগপ নেতাৰ যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.