ETV Bharat / state

গুজৰাটৰ সিংহই শোভা বৰ্ধন কৰিব ৰাজ্যিক চিৰিয়াখানা

এতিয়াৰে পৰা ৰাজ্যিক চিৰিয়াখানালৈ আহি বিমুখ হ’ব নালাগে পৰ্যটক

চিৰিয়াখানা
author img

By

Published : Jul 16, 2019, 1:22 PM IST

Updated : Jul 16, 2019, 2:39 PM IST

গুৱাহাটী, 16 জুলাইঃ চিৰিয়াখানাৰ পৰ্যটকৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা ৰাজ্যিক চিৰিয়াখানালৈ আহি বিমুখ হ’ব নালাগে পৰ্যটক ৷ কিয়নো অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিছে নতুন আলহী ৷ কিছুদিন পূৰ্বে কাণপুৰৰ পৰা চিৰিয়াখানালৈ কেইবাটাও জন্তু অনাৰ পিছত সোমবাৰে গুজৰাটৰ চিৰিয়াখানাৰ পৰা অনা দুটা সিংহই শোভাবৰ্ধন কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ । জীৱ জন্তু বিনিময় ব্যৱস্থাৰ মাজেৰে দুয়োখন চিৰিয়াখানাৰ মাজত সম্পন্ন হয় আদান প্ৰদান প্ৰক্ৰিয়া ৷ সেই অনুসৰি অসমৰ পৰা গুজৰাটলৈ প্ৰেৰণ কৰা হয় দুটাকৈ ক'লা ভালুক ৷ পূৰ্বৰে পৰা চিৰিয়াখানাত থকা অন্য দুটা সিংহৰ সৈতে ৰাজ্যিক চিৰিয়াখানাত মুঠ সিংহৰ সংখ্যা চাৰিটা ৷

অসম ৰাজ্যিক চিৰিয়াখানা

চিৰিয়াখানাৰ দৰ্শনাৰ্থীৰ বাবে সুখৱৰ ৷ এতিয়াৰে পৰা ৰাজ্যিক চিৰিয়াখানালৈ আহি বিমুখ হব নালাগে দৰ্শনাৰ্থী ৷ কিয়নো অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিছে নতুন আলহি ৷ কিছুদিন পূৰ্বে কানপুৰৰ পৰা কেইবাটাও জন্ত অনাৰ পাছত সোমবাৰে গুজৰাট  চিৰিয়াখানাৰ পৰা অনা হ'ল দুটা সিংহ। জীৱ জন্তু বিনিময় ব্যৱস্থাৰ মাজেৰে দুয়োখন চিৰিয়াখানাৰ মাজত সম্পন্ন হয় আদান প্ৰদান প্ৰক্ৰিয়া ৷ সেই অনুসৰি অসমৰ পৰা গুজৰাটলৈ প্ৰেৰণ কৰা হয় দুটাকৈ ক'লা ভালুক ৷ পূৰ্বৰে পৰা চিৰিয়াখানাত থকা অন্য দুটা সিংহৰ সৈতে মুঠ চাৰিটা হল ৰাজ্যিক চিৰিয়াখানাত ৷ চিৰিয়াখানালৈ অহা নতুন আলহীৰ দৰ্শনৰ বাবে ভিৰ বাঢ়িব দৰ্শনাৰ্থীৰ লগতে দৰ্শনাৰ্থীয়েও পাব জন্ত চোৱাৰ সুকীয়া আমোদ ৷

Lipika deka...Guwahati
Last Updated : Jul 16, 2019, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.