ETV Bharat / state

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ যুৱ শক্তি অসম - স্বাস্থ্য বিভাগ

ৰাজ্যত এতিয়া জাপানিছ এনকেফেলাইটিছৰ সংহাৰী ৰূপ । উজনিৰ পৰা নামনিলৈ এই ৰোগত মৃত্যু হৈছে অৰ্ধশতাধিক লোক । কিন্তু ৰোগ বিধৰ নিয়ন্ত্ৰণক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে যি দৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইদৰে ব্যৱস্থা গ্ৰহণ কৰা নাই । এই গুৰুতৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৰ ।

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ যুৱ শক্তি অসম
author img

By

Published : Jul 10, 2019, 9:09 PM IST

গুৱাহাটী, 10 জুলাই: বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হটল যুৱ শক্তি অসম নামৰ সংগঠনটো । সংগঠনটোৰ অভিযোগমতে যি সময়ত জাপানিছ এনকেফেলাইটিছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সেই সময়ত স্বাস্থ্য মন্ত্ৰীগৰাকী লণ্ডনত ব্যস্ত হৈছে ক্ৰিকেট খেল চোৱাত । স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।এই সংবাদমেলতে সংগঠনটোৰ দাবী ৰাজ্যৰ এনে জৰুৰীকালীন অৱস্থাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যলৈ তলব কৰিব লাগে স্বাস্থ্য মন্ত্ৰীক বুলি মন্তব্য কৰে সংগঠনটোৱে ।

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ যুৱ শক্তি অসম

লগতে গ্ৰামাঞ্চলৰ চিকিৎসালয়ত নিশা ন বজালৈ চিকিৎসক থকাৰো দাবী তুলিলে সংগঠনটোৱে । ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ বাবেই যিহেতু ৰোগীৰ মৃত্যু হৈছে তেনে ক্ষেত্ৰত প্ৰতিগৰাকী মৃতলোকৰ পৰিয়ালক তিনি লাখ টকাৰ সাহাৰ্য দিবলৈ দাবী সংগঠনটোৰ । ৰাজ্য খনৰ এনে পৰিস্থিতিত চৰকাৰে দুখন হেলিকপ্তাৰৰ ব্যৱস্থা কৰিবলৈও দাবী তোলে সংগঠনটোৱে ৷

Intro:ৰাজ্যত এতিয়া জাপানিছ এনকেফেলাইটিছৰ সংহাৰী ৰূপ ।উজনিৰ পৰা নামনিলৈ এই ৰোগত মৃত্যু হৈছে অৰ্ধশতাধিক লোক । কিন্তু ৰোগ বিধৰ।নিয়ন্ত্ৰণক লৈ ৰাজ্য ৰ স্বাস্থ্য বিভাগে যি দৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইদৰে ব্যৱস্থা গ্ৰহণ কৰা নাই । এই গুৰুতৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৰ ।

Body:বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হল সংগঠনটো ।সংগঠনটোৰ অভিযোগ যি সময়ত জাপানিছ এনকেফেলাইটিছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সেই সময়ত স্বাস্থ্য মন্ত্ৰী গৰাকী লণ্ডনত ব্যস্ত হৈছে ক্ৰিকেট খেল ছোৱাত ।স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।এই সংবাদমেলতে সংগঠনটোৰ দাবী ৰাজ্যৰ এনে জৰুৰীকালীন অৱস্থাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যলৈ তলব কৰক স্বাস্থ্য মন্ত্ৰীক ।লগতে গ্ৰামাঞ্চলৰ চিকিৎসালয়ত নিশা ন বজালৈ চিকিৎসক থকাৰো দাবী তুলিলে । ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ বাবেই যিহেতু ৰোগীৰ মৃত্যু হৈছে তেনে ক্ষেত্ৰত প্ৰতিগৰাকী মৃতলোকৰ পৰিয়ালক তিনি লাখ টকাৰ সাহাৰ্য দিবলৈ দাবী তোলে । ৰাজ্য খনৰ এনে পৰিস্থিতিত চৰকাৰে দুখন হেলিকপ্তাৰৰ ব্যৱস্থা কৰিবলৈও দাবী তোলে‌

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.