ETV Bharat / state

জালুকবাৰীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট - youth congress protest

মহানগৰীৰ জালুকবাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ জাতিৰ পিতা মহাত্মা গান্ধী আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ স্বহীদসকলক স্মৰণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ যুৱ কংগ্ৰেছৰ ।

youth congrss protest against CAA at jalukbari
জালুকবাৰীত যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 20, 2019, 5:31 PM IST

গুৱাহাটী, 20 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মহানগৰীৰ জালুকবাৰীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যিকোনো প্ৰকাৰে এই আইন বাতিল কৰিব লাগিব বুলি হুংকাৰ যুৱ কংগ্ৰেছৰ। জাতিৰ পিতা মহাত্মা গান্ধী আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ স্বহীদসকলক স্মৰণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱ কংগ্ৰেছে । সৰ্বস্তৰৰ নাগৰিকে প্ৰতিবাদ কৰাৰ পিছতো ইয়াক সাম্প্ৰদায়িক ৰূপ দি গণতন্ত্ৰক ভৰিৰে মোহাৰিব বিচাৰিছে বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ।

জালুকবাৰীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

ইফালে যুৱ কংগ্ৰেছৰ কেইজনমান মুছলমান নেতাক লক্ষ্য কৰি আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে যুৱ কংগ্ৰেছৰ নেতা ৰাতুল পাটোৱাৰীয়ে। তাৰোপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ কৰিবলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে যুৱ কংগ্ৰেছৰ নেতা গৰাকীয়ে।

আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদে দহিছে সমগ্ৰ দেশক

Intro:সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে মহানগৰীৰ জালুকবাৰীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যিকোনো প্ৰকাৰে এই আইন বাতিল কৰিব লাগিব বুলি হুংকাৰ যুৱ কংগ্ৰেছীৰ। জাতিৰ পিতা মহাত্মা গান্ধী আৰু কা' বিৰোধী আন্দোলনৰ স্বহীদসকলক স্মৰণ কৰি চৰকাৰৰ স্বৈৰাচাৰীতাৰ বিৰুদ্ধে গৰজি উঠিল যুৱ কংগ্ৰেছী। এই আন্দোলনক মষিমূৰ কৰাৰ বাবে চৰকাৰে উঠি পৰি লাগিছে। সৰ্বস্তৰৰ নাগৰিকে প্ৰতিবাদত অংশ লোৱাৰ পিছতো ইয়াক সাম্প্ৰদায়িক ৰূপ দি গণতন্ত্ৰক ভৰিৰে মোহাৰিব বিচাৰিছে বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই। ইফালে যুৱ কংগ্ৰেছৰ কেইজনমান মুছলমান নেতাক টাৰ্গেট কৰি আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে যুৱ কংগ্ৰেছৰ ৰাতুল পাটোৱাৰীয়ে। তাৰোপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাবলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে যুৱ কংগ্ৰেছীগৰায়ে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.