ETV Bharat / state

নিৰ্বাকৰ উদ্যোগত বিশ্ব মুকাভিনয় দিৱস উদযাপন

author img

By

Published : Mar 23, 2022, 1:48 PM IST

Mime Journal 'নিৰ্বাক' ৰ দ্বিতীয় সংখ্যা উন্মোচন । বিশ্ব মুকাভিনয় দিৱসৰ উপলক্ষে মহানগৰীৰ বিষ্ণু নিৰ্মলা ভৱনত উন্মোচন কৰা হয় ভাৰতবৰ্ষৰ পৰা প্ৰকাশিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেলখন ।

wold mime day celebrate by nirbak
নিৰ্বাকৰ বিশ্ব মুকাভিনয় দিৱস উদযাপন

গুৱাহাটী, ২৩ মাৰ্চ: বিশ্ব মুকাভিনয় দিৱসৰ উপলক্ষে (World mime day 2022) মহানগৰীৰ বিষ্ণু নিৰ্মলা ভৱনত উন্মোচন কৰা হয় Mime Journal 'নিৰ্বাক' ৰ দ্বিতীয় সংখ্যা (Mime journal Nirbak) । 'নিৰ্বাক' হ’ল ভাৰতবৰ্ষৰ পৰা প্ৰকাশিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল ।

মুকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত আৰু প্রতীতি কাত্যায়নৰ সহঃসম্পাদনাত প্ৰকাশ পোৱা জাৰ্নেলখন প্ৰতি বছৰে বিশ্ব মুকাভিনয় দিৱসত প্ৰকাশ কৰা হয় । এই জাৰ্নেল খনত জাৰ্মানী, ফ্ৰান্স, মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা ইত্যাদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পী সকলৰ লিখনি প্ৰকাশ পাইছে ।

wold mime day celebrate by nirbak
অনুষ্ঠানত উপস্থিত বিশিষ্ট নাট্যকাৰ দুলাল ৰয়কে আদি কৰি কেইবাগৰীকীও বিশিষ্ট ব্যক্তি

'নিৰ্বাক'ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ দুলাল ৰয়, মানবেন্দ্ৰ ৰংহাং চৌধুৰী, ৰবিজিতা গগৈ, অধিবক্তা তথা সাংবাদিক দীপক শৰ্মা আৰু অভিনেতা অৰ্ঘদীপ বৰুৱা । অনুষ্ঠানৰ আঁত ধৰে অভিনেতা জগদীশ ডেকাই ।

লগতে পঢ়ক:৪২ খন শৰাই আগবঢ়াই আহোম স্বৰ্গদেউসকলক শ্ৰদ্ধা নিবেদন চৰাইদেউ মৈদামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.