ETV Bharat / state

বিশ্ব হৃদয় দিৱসৰ আয়োজন - নেম কেয়াৰ হাস্পতাল

29 ছেপ্তেম্বৰত বিশ্বজুৰি পালন কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ অসম হাৰ্ট কেয়াৰ চছাইটি অসম শাখাৰ উদ্যোগত গুৱাহাটী টাউন ক্লাবতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ মহানগৰীৰ দিছপুৰ হাস্পতালদ্য হাৰ্ট,সহৃদয় গোষ্ঠীৰ যৌথ উদ্যোগতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস ।

বিশ্ব হাৰ্ট দিৱসৰ আয়োজন
author img

By

Published : Sep 28, 2019, 8:25 PM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰঃ 29 ছেপ্তেম্বৰত বিশ্বজুৰি পালন কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ অসম হাৰ্ট কেয়াৰ চ'ছাইটি অসম শাখাৰ উদ্যোগত গুৱাহাটী টাউন ক্লাবতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস ৷ সেই উপলক্ষে মহানগৰীৰ বহু ঠাইত জনসাধাৰণক সজাগ কৰাৰ বাবে অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে উদ্যোক্তা সকলে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকিব বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ তন্ভিৰ মনচুৰ,নেম কেয়াৰ হাস্পতালৰ অধ্যক্ষ ডাঃ হিতেশ বৰুৱাকে প্ৰমূখ্যে বহু বিশিষ্ট লোক ৷

আনহাতে মহানগৰীৰ দিছপুৰ হাস্পতাল,দ্য হাৰ্ট,সহৃদয় গোষ্ঠীৰ যৌথ উদ্যোগতো অনুষ্ঠিত কৰা হ’ব বিশ্ব হৃদয় দিৱস। বিশ্ব হৃদয় দিৱসৰ লগত সংগতি ৰাখি সিদিনা পুৱা 6 বজাত দিছপুৰ হাস্পতালৰ পৰা এক সজাগতামূলক পদ যাত্ৰাৰো আয়োজন কৰিছে ।লগতে মাদক দ্ৰব্য,ধপাত, মছলাযুক্ত খাদ্য আদি পৰিহাৰ কৰাৰ বাবে আহ্বান জনায় ।

Intro:কাইলৈ বিশ্ব হাৰ্ট দিৱস । সেই উপলক্ষে মহানগৰীৰ বহু ঠাইত জনসাধাৰণক সজাগ কৰাৰ বাবে অনুষ্ঠিত হব ভিন্ন কাৰ্যসূচী ।

Body:অসম হাৰ্ট কেয়াৰ চছাইটি অসম শাখাৰ উদ্যোগত টাউন ক্লাবত গুৱাহাটীত অনুষ্ঠিত হব বিশ্ব হাৰ্ট দিৱস । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে উদ্যোক্তা সকলে । বিগত বহু বছৰ ধৰি এই সংস্থাটোৱে ৰাইজৰ মাজত সচেতনতা আৰু সজাগতাৰ বাবে কাম কৰি আহিছে । স্বাস্থ্য পৰীক্ষা শিবিৰ, হাৰ্ট ৰোগ সম্বন্ধীয় সজাগতা অভিযান চলাই আহিছে । এই সজাগতা অভিযানৰ সামৰণি হিচাপে টাউন ক্লাবত অনুষ্ঠিত কৰিব এই হাৰ্ট দিৱস । যত উপস্থিত থাকিব বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ তনভিৰ মনচুৰ,নেম কেয়াৰ হাস্পতালৰ অধ্যক্ষ ডাঃ হিতেশ বৰুৱাকে প্ৰমুখ্যে কৰি বহু কেইজন লোক ।

আনহাতে কাইলৈৰ দিনটোতে মহানগৰীৰ দিচপুৰ হাস্পতাল,দ্য হাৰ্ট,সহৃদয় গোষ্ঠীৰ যৌথ উদ্যোগতো অনুষ্ঠিত হব বিশ্ব হাৰ্ট দিৱস । এই দিৱসত ৰাইজৰ মাজত কেনেদৰে সজাগতা আনিব তাৰ ওপৰত এক বিশষ গুৰুত্ব প্ৰদান কৰিব । লগতে মাদক দ্ৰব্য, ধপাত, মছলাযুক্ত খাদ্য আদি পৰিহাৰ কৰাৰ বাবে আহ্বান জনায় । বিশ্ব হাৰ্ট দিৱসৰ লগত সংগতি ৰাখি কাইলৈ পুৱা ৬ বজাত দিচপুৰ হাস্পতালৰ পৰা এক সজাগতামূলক পদ যাত্ৰাৰ আয়োজন কৰিছে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.