ETV Bharat / state

আজিৰে পৰা আৰম্ভ ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহ - ৰাজ্যিক চিৰিয়াখানা

আজিৰে পৰা আৰম্ভ হৈছে বন্যপ্ৰানী সপ্তাহ ২০২০। অসম ৰাজ্যিক চিৰিয়াখানাত বন্যপ্ৰানী সপ্তাহৰ শুভাৰম্ভণি।

আজিৰে পৰা আৰম্ভ ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহ

author img

By

Published : Oct 1, 2020, 2:27 PM IST

গুৱাহাটী, ১অক্টোবৰ: আজিৰে পৰা আৰম্ভ হৈছে ৬৬সংখ্যক বন্যপ্ৰানী সপ্তাহ ৷ বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানাত বন্যপ্ৰানী সপ্তাহৰ শুভাৰম্ভণি কৰা হয় ৷ বন্যপ্ৰানী সপ্তাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ হস্তী পূজন কৰি শুভাযাত্ৰা উলিয়ায় ৷ ইয়াৰ পিছতে বন্যপ্ৰানী সপ্তাহৰ পোষ্টাৰ মুকলি কৰে বনমন্ত্ৰীয়ে ।

আজিৰে পৰা আৰম্ভ ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহ
আজিৰে পৰা আৰম্ভ ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহ

আজিৰে পৰা অহা ৭ অক্টোবৰলৈকে বন্যপ্ৰানী সপ্তাহ উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব বন বিভাগে ।

লগতে পঢ়ক: লখিমপুৰত চোৰাং কাঠসহ জব্দ দুখন বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.