ETV Bharat / state

নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী

author img

By

Published : Nov 27, 2019, 6:35 PM IST

খাদ্যৰ সন্ধানতে ভোকাতুৰ হাতীটো সেনা চাউনীৰ কেণ্টিনত প্ৰৱেশ কৰাৰ ফলত আতংকৰ সৃষ্টি হয় ৷ খাদ্যৰ সন্ধানতে সেনাৰ কেন্টিনচ হাতীটোৱে প্ৰৱেশ কৰাৰ সন্দেহ ৷

নাৰেংগী
নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত বনৰীয়া হাতী

গুৱাহাটী, 27 নৱেম্বৰঃ নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত হস্তী-মানবৰ সংঘাতৰ এক বাস্তৱ ছবি ৷ বুধবাৰে নাৰেংগীৰ সেনা শিবিৰত প্ৰৱেশ কৰিলে গজৰাজ ৷ যাৰ বাবে কেণ্টিনত থকা কৰ্মচাৰীয়ে হাতত জুই লৈ বনৰীয়া হাতীটোক খেদাৰ চষ্টা চলায় ৷ খাদ্যৰ সন্ধানতে ভোকাতুৰ হাতীটো সেনা চাউনীৰ কেণ্টিন প্ৰৱেশ কৰে বুলি মন্তব্য কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷

আৰু পঢ়কঃ-বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ তাণ্ডৱ

উল্লেখ্য য়ে, প্ৰায় দুই সপ্তাহ পূৰ্বে পানী টেংকীত পৰিছিল সেনা শিবিৰত প্ৰৱেশ কৰা বনৰীয়া হাতীটো ৷ প্ৰায়ে বনৰীয়া হাতীটোৱে সেনা শিবিৰত প্ৰৱেশ কৰে বুলি জানিবলৈ দিয়ে সেনা বিষয়াই ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে প্ৰায়েই অঞ্চলটোত বিগত কেইদিনমানৰ পৰা সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ এইক্ষেত্ৰত ৷ ৰাইজৰ অভিযোগ ৷

Intro:নাৰেংগী সেনা শিবিৰত হাতীBody:নাৰেংগীৰ সেনা শিবিৰৰ কেণ্টিনত গজৰাজ
ভোকাতুৰ হাতী পালেহি সেনা শিবিৰৰ কেণ্টিন
হস্তী-মানবৰ সংঘাতৰ এক বাস্তৱ ছবি
জুই লৈ হাতী খেদিছে সেনাই
দুসপ্তাহ পূৰ্বে পানী টেংকিত পৰিছিল হাতী পোৱালি
ঘনাই সেনা শিবিৰত হাতীৰ প্ৰৱেশConclusion:লিপিকাা ডেকা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.