ETV Bharat / state

নিৰ্বাচনী ফলাফলৰ উচাহ সেমেকাব পাৰে বতৰে

author img

By

Published : May 22, 2019, 8:52 PM IST

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বৰষুণৰ লগতে ঘন্টাত 40ৰ পৰা 50 কিমি বেগেৰে বলিব বতাহ । অৱশ্যে এই বতৰে বিশেষ ক্ষতি নকৰে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে ৷

নিৰ্বাচনী ফলাফলৰ উচাহ সেমেকাব পাৰে বতৰে

আজাৰা, 22 মে’: বৃহস্পতিবাৰে নিৰ্বাচনী ফলাফলৰ দিনাও বতৰে দিব পাৰে বিধি-পঠালি । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

নিৰ্বাচনী ফলাফলৰ উচাহ সেমেকাব পাৰে বতৰে

লগতে পঢ়ক: অৰুণাচলৰ ঘন অৰণ্যত সেনাৰ অভিযানঃ লক্ষ্য NSCN(IM)

বৰষুণৰ লগতে ঘন্টাত 40ৰ পৰা 50 কিমি বেগেৰে বলিব বতাহ । অৱশ্যে এই বতৰে বিশেষ ক্ষতি নকৰে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে ৷

Slug:-As_Kam_22may_weather_forcast_801-802_vis+bite+photo_as10020

আগন্তুক ৪ঘন্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত বলিব পাৰে বতাহ-বৰষুণ ।

Ocvo..আগন্তুক ৪ঘন্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত বলিব পাৰে বতাহ-বৰষুণ । অহাকালি নিৰ্বাচনী ফলাফলৰ দিনাও বতৰে দিব পাৰে বিধি-পঠালি । আগন্তুক ৪ঘন্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বৰষুণৰ লগতে ঘন্টাত ৪০ৰ পৰা ৫০ কিমি বেগেৰে বলিব বতাহ । অৱশ্যে এই বতৰে বিশেষ ক্ষতি নকৰাৰ আশংশা প্ৰকাশ কৰা হৈছে ।

Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.