গুৱাহাটী, 29 আগষ্টঃ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি কৰিছে ৷ 2014 চনৰ পৰা চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই । ইপিনে শিক্ষা বিভাগে ৪০৬৭ গৰাকী শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল কৰিছিল ৷ আবেদনকাৰীৰ গোচৰৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে এমাহৰ ভিতৰত শিক্ষক নিযুক্তিৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনা দিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি কৰিবলৈ শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিব বুলিও চৰকাৰে শপতনামা আকাৰে জানিবলৈ দিয়ে ।
টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ - -by-high-court
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি ৷ আবেদনকাৰীৰ গোচৰৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে এমাহৰ ভিতৰত শিক্ষক নিযুক্তিৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনা দিছে ৷
গুৱাহাটী, 29 আগষ্টঃ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি কৰিছে ৷ 2014 চনৰ পৰা চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই । ইপিনে শিক্ষা বিভাগে ৪০৬৭ গৰাকী শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল কৰিছিল ৷ আবেদনকাৰীৰ গোচৰৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে এমাহৰ ভিতৰত শিক্ষক নিযুক্তিৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনা দিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি কৰিবলৈ শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিব বুলিও চৰকাৰে শপতনামা আকাৰে জানিবলৈ দিয়ে ।
৪০৬৭ গৰাকী শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল শিক্ষা বিভাগৰ।এমাহৰ ভিতৰত শিক্ষক নিযুক্তিৰ টেট পতাৰ প্ৰক্ৰিয়াৰ আৰম্ভ কৰিবলৈ চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ। Body:2014 চনৰ পৰা চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই। টেট পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰে বিজ্ঞাপন দিছিল। এমাহৰ ভিতৰত চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰি সকলো পৰীক্ষাৰ্থীক টেট পৰীক্ষত বহাৰ সুযোগ দিব লাগে।
Bite:- দীপক শৰ্মা।
Conclusion:শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিব হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি কৰিবলৈ
গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে শপতনামা আকাৰে জনালে এই তথ্য ।