ETV Bharat / state

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ

বঙৰাত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ । এটা খালত উদ্ধাৰ হৈছে মৃতদেহটো । গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত থকা খালত উদ্ধাৰ এই মৃতদেহটো ।

বঙৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
author img

By

Published : Sep 23, 2019, 9:05 AM IST

বৰঝাৰ,23 ছেপ্টেম্বৰঃ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ। এটি খালত উদ্ধাৰ হৈছে মৃতদেহটো। গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত থকা খালত উদ্ধাৰ এই মৃতদেহটো। এটি কলা হাফপেন্ট আৰু টি-চাৰ্ট পৰিহিত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো । বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই । উদ্ধাৰ হোৱা মৃত লোকজনৰ আনুমানিক বয়স ৪৫ মান হ'ব। মৃতদেহটো কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ ঘটনাস্থলীত উপস্থিত হৈছে আজাৰা আৰক্ষী। আৰক্ষী উপস্থিত হৈ সোধ-পোছ অব্যাহত ৰাখিছে।

Intro:বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ ।
Body:Ocvo..বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ । এটি খালত উদ্ধাৰ হৈছে মৃতদেহতো । গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দাতিত থকা খালত উদ্ধাৰ এইটো মৃতদেহ । পিন্ধনত এটি কলা হাফপেন্ট আৰু টিচাৰ্ট পৰিহিত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহতো । বৰ্তমানলৈ কোনো চিনাক্ত হোৱা নাই মৃতদেহতো । উদ্ধাৰ হোৱা মৃতলোকজনৰ আনুমানিক বয়স ৪৫মান হ'ব । স্থানীয় লোকৰ সন্দেহ কোনো লোকে হত্যা কৰি পেলাই থৈছে মৃতদেহতো । ঘটনাস্থলীত উপস্থিত হৈছে আজাৰা আৰক্ষী ।Conclusion:আৰক্ষী উপস্থিত হৈ সোধ-পোছ অব্যাহত ৰাখিছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.