গুৱাহাটী, 28 ছেপ্টেম্বৰঃ মহানগৰীৰ পাণ্ডু-মালিগাঁৱ অঞ্চলত চুৰি আৰু ডকাইতিৰ কাণ্ড বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তেই মহানগৰীৰ পাণ্ডুত ৰাইজে দুটাকৈ ড্ৰাগছ আসক্ত কিশোৰক কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক গতাই দিয়ে ৷ ধৃত কিশোৰ চোৰ দুটাৰ নাম ক্ৰমে ৰাজেন ৰয় আৰু নিত্তাই বৰ্মন। জালুকবাৰী আৰক্ষীয়ে বৰ্তমান দুয়োটা চোৰৰ সৈতে সোধ-পোছ অব্যাহত ৰাখিছে ৷
মহানগৰীৰ পাণ্ডুত ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ - Guwahati crime news
মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷ মহানগৰীৰ পাণ্ডুত ৰাইজে কৰায়ত্ব কৰিলে দুটাকৈ কিশোৰ চোৰ ৷
মহানগৰীৰ পাণ্ডুত ড্ৰাগছ আসক্ত যুৱককক গ্ৰেপ্তাৰ
গুৱাহাটী, 28 ছেপ্টেম্বৰঃ মহানগৰীৰ পাণ্ডু-মালিগাঁৱ অঞ্চলত চুৰি আৰু ডকাইতিৰ কাণ্ড বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তেই মহানগৰীৰ পাণ্ডুত ৰাইজে দুটাকৈ ড্ৰাগছ আসক্ত কিশোৰক কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক গতাই দিয়ে ৷ ধৃত কিশোৰ চোৰ দুটাৰ নাম ক্ৰমে ৰাজেন ৰয় আৰু নিত্তাই বৰ্মন। জালুকবাৰী আৰক্ষীয়ে বৰ্তমান দুয়োটা চোৰৰ সৈতে সোধ-পোছ অব্যাহত ৰাখিছে ৷
Intro:পাণ্ডু-মালিগাঁৱত শেহতীয়াকৈ বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে ঘটনা। চোৰক গ্ৰেপ্তাৰ কৰাত জালুকবাৰী আৰক্ষী ব্যৰ্থ হোৱাৰ সময়তে মহানগৰীৰ পাণ্ডুত ৰাইজে কৰায়ত্ব কৰিলে দুটাকৈ কিশোৰ চোৰ। ড্ৰাগছ আসক্ত চোৰ দুটাক স্থানীয় ৰাইজে কৰায়ত্ব কৰি গটাই দিয়ে জালুকবাৰী আৰক্ষীক। ধৃত কিশোৰ চোৰ দুটাৰ নাম ৰাজেন ৰয় আৰু নিত্তাই বৰ্মন। জালুকবাৰী আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত দুয়োকে আটক কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 28, 2019, 6:42 PM IST