ETV Bharat / state

মহানগৰীত কুঁৱাৰ ভিতৰত আৱদ্ধ শ্ৰমিক , 1জনৰ মৃত্যু

author img

By

Published : May 8, 2019, 12:23 PM IST

হাছিফ যাবেদ নামৰ এজন লোকৰ বাসগৃহত কুঁৱা চফা কৰিবলৈ আহি কুঁৱাৰ ভিতৰত আবদ্ধ হৈ পৰে জাকিৰ হুছেইন আৰু বাৎসু আলী ৷

মহানগৰীত কুঁৱাৰ ভিতৰত আৱদ্ধ দুজন শ্ৰমিক

গুৱাহাটী, 08 মে': মহানগৰীৰ হাতীগাঁৱস্থিত সিজুবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ হাছিফ যাবেদৰ নামৰ লোক এজনৰ বাসগৃহত কুঁৱা চফা কৰিবলৈ আহি কুঁৱাৰ ভিতৰত আবদ্ধ হৈ পৰে দুজন লোক ৷

মহানগৰীত কুঁৱাৰ ভিতৰত আৱদ্ধ দুজন শ্ৰমিক

কুঁৱাৰ ভিতৰত আৱদ্ধ লোক কেইজন , জাকিৰ হুছেইন আৰু বাৎসু আলী বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে এন ডি আৰ এফ বাহিনীয়ে কুঁৱাৰ ভিতৰত আৱদ্ধ এজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে কুঁৱাৰ ভিতৰত আৱদ্ধ আনজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও হাতীগাঁও আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৷

A_GHY_801_08MAY_LABOUR_TRAPPED_IN_WELL_VISUAL_BYTE_ASRAR

মহানগৰীৰ হাতীগাওৰ সিজুবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ।  হাছিফ যাবেদৰে বাস গৃহত সংঘতিত হৈছে ঘটনা । কুঁৱা চফা কৰিবলৈ আহি কুঁৱাৰ ভিতৰত আবদ্ধ হৈ পৰে দুজন লোক । এজনৰ নাম জাকিৰ হুছেইন আৰু এজনৰ নাম বাৎসু আলি বুলি জানিব পৰা গৈছে । এজনক NDRF বাহিনীয়ে উদ্ধাৰ কৰে যদিও আন এজনক উদ্ধাৰ কৰিবলৈ সৈক্ষাম হোৱা নাই । কিন্তু বৰ্তমান আবদ্ধ হৈ থকা লোক জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।হাটীগাও আৰক্ষী আৰু SDRF ৰ উদ্ধাৰ অভিযান বৰ্তমানো ঐবাহত আছে ।
Visual at Ftp

Asrar Ansari 
  Guwahati 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.