গুৱাহাটী,৬ জুনঃ ৰিল লাইফৰ ৰিকি বহেল হ'বলৈ গৈ এতিয়া আৰক্ষীৰ লপাথপা খাবলগীয়া হৈছে ৰিয়েল লাইফৰ অংকুৰ কাশ্যপে । প্ৰথমে ফেচবুকত চিনাকী, তাৰ পাছত হোৱাটচ এপ নম্বৰৰ আদান-প্ৰদান । আৰু তাৰ পাছত মিঠা মিঠা কথা আৰু মিথ্যা প্ৰতিশ্ৰুতিৰে প্ৰেমৰ জালত পেলাই ছোৱালীক । এনেকৈয়ে প্ৰেমত হাবু ডুবু খোৱা যুৱতীৰ পৰা বিভিন্ন অজুহাত দি টকা বিচাৰে ,বুদ্ধিৰে লুট কৰে লাখ লাখ টকা । এশ গৰু মাৰি বাঘৰো মৰণ হোৱাৰ দৰে হ'ল , বেছিদিন নিটিকিল অংকুৰৰ ঠগবাজি । যুৱতীকেইগৰাকীৰ এজাহাৰৰ ভিত্তিত অংকুৰ নামৰ অভিযুক্ত প্ৰৱঞ্চকগৰাকী এতিয়া চান্দমাৰী আৰক্ষীৰ জিম্মাত । লগতে অংকুৰ নামৰ প্ৰৱঞ্চকজনক এই কাৰ্যত সহায় আগবঢ়োৱা এগৰাকী যুৱতীকো আটক কৰে আৰক্ষীয়ে ।
চিনেমাৰ কাহিনীৰ দৰে হুবহু ঘটনা গুৱাহাটীত ! - লেডিজ ভাৰ্চেজ ৰিকি বহেল
লেডিজ ভাৰ্চেজ ৰিকি বহেল নহয়, এইবাৰ অসমত লেডিজ ভাৰ্চেজ অংকুৰ কাশ্যপ
গুৱাহাটী,৬ জুনঃ ৰিল লাইফৰ ৰিকি বহেল হ'বলৈ গৈ এতিয়া আৰক্ষীৰ লপাথপা খাবলগীয়া হৈছে ৰিয়েল লাইফৰ অংকুৰ কাশ্যপে । প্ৰথমে ফেচবুকত চিনাকী, তাৰ পাছত হোৱাটচ এপ নম্বৰৰ আদান-প্ৰদান । আৰু তাৰ পাছত মিঠা মিঠা কথা আৰু মিথ্যা প্ৰতিশ্ৰুতিৰে প্ৰেমৰ জালত পেলাই ছোৱালীক । এনেকৈয়ে প্ৰেমত হাবু ডুবু খোৱা যুৱতীৰ পৰা বিভিন্ন অজুহাত দি টকা বিচাৰে ,বুদ্ধিৰে লুট কৰে লাখ লাখ টকা । এশ গৰু মাৰি বাঘৰো মৰণ হোৱাৰ দৰে হ'ল , বেছিদিন নিটিকিল অংকুৰৰ ঠগবাজি । যুৱতীকেইগৰাকীৰ এজাহাৰৰ ভিত্তিত অংকুৰ নামৰ অভিযুক্ত প্ৰৱঞ্চকগৰাকী এতিয়া চান্দমাৰী আৰক্ষীৰ জিম্মাত । লগতে অংকুৰ নামৰ প্ৰৱঞ্চকজনক এই কাৰ্যত সহায় আগবঢ়োৱা এগৰাকী যুৱতীকো আটক কৰে আৰক্ষীয়ে ।
Body:প্ৰেমৰ জালত পেলাই দুই যুৱক-যুৱতীয়ে ধন ঘটে যুৱতীৰ পৰা। দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই বিশেষ কৌশল। সম্প্ৰতি চান্দমাৰী আৰক্ষীৰ জালত পৰা এই যুৱক-যুৱতীদ্বয়ৰ নাম অংকুৰ কাশ্যপ আৰু ৰঞ্জীতা পেগু। ফেচবুক, হোৱাটছ এপৰ জড়িয়তে যুৱতীৰ লগত চিনাকি হৈ প্ৰেমৰ জালত পেলাই অংকুৰ কাশ্যপ নামৰ যুৱকজনে। প্ৰবঞ্চক যুৱকজনক এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰি আহিছিল ৰঞ্জীতা পেগুৱে। বিভিন্ন অজুহাত আৰু প্ৰলোভনেৰে যুৱতীৰ পৰা সৰকাই আহিছিল ধন। পাছত ভুক্তভোগীৰ পৰা পোৱা দুখনকৈ এজাহাৰৰ ভিত্তিত চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক যুৱক-যুৱতীদ্বয়ক।
byte- ভুক্তভোগী যুৱতী
byte-A C P চান্দমাৰী
Conclusion:Asrar Ansari
গুৱাহাটী