গুৱাহাটী, 28 জুলাই: নতুনকৈ নিৰ্মাণ হ’ব লগা গুৱাহাটী সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালাৰ প্ৰাংগণত গছপুলি ৰোপণ কাৰ্যসূচী । গছপুলি ৰোপণ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পুৰণি আৱর্ত ভৱনত এই কাৰ্যসূচী । গছপুলি ৰোপণ কৰাৰ লগতে ৰাজ্যিক অতিথিশালা আৰু গুৱাহাটী কেন্দ্ৰৰ মেপ পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই । পুৰণি গছ সমূহ কটাৰ ক্ষেত্ৰত, ৰাজ্যিক অতিথিশালা বনাবলৈ যাওঁতে গছ কটা যাবই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সকলো পুৰণি গছ কটা যাব যদিও তাৰে মাজত কিছু গছ সংৰক্ষণ কৰাৰ চেষ্টা অব্যাহত থাকিব বুলি জানিবলৈ দিলে মন্ত্ৰী গৰাকীয়ে । গছ কটাৰ মাজতো কেনেকৈ দুগুণ গছ ৰুব পৰা যাব তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷ তেখেতে কয় যে নতুন ৰাজ্যিক অতিথিশালাত 400 গছ ৰোৱা হ’ব আৰু বিল্ডিং সম্পূৰ্ণ হোৱালৈ ৰোপণ কৰা গছ সমূহ ডাঙৰ হোৱাৰ কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ৰাজ্যিক অতিথিশালা মন্ত্ৰী হিমন্ত বিশ্বৰ গছপুলি ৰোপণ - বৃক্ষ ৰোপণ
গছপুলি ৰোপণ কৰাৰ লগতে ৰাজ্যিক অতিথিশালা আৰু গুৱাহাটী কেন্দ্ৰৰ মেপ পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই । পুৰণি গছ সমূহ কটাৰ ক্ষেত্ৰত, ৰাজ্যিক অতিথিশালা বনাবলৈ যাওঁতে গছ কটা যাবই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
গুৱাহাটী, 28 জুলাই: নতুনকৈ নিৰ্মাণ হ’ব লগা গুৱাহাটী সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালাৰ প্ৰাংগণত গছপুলি ৰোপণ কাৰ্যসূচী । গছপুলি ৰোপণ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পুৰণি আৱর্ত ভৱনত এই কাৰ্যসূচী । গছপুলি ৰোপণ কৰাৰ লগতে ৰাজ্যিক অতিথিশালা আৰু গুৱাহাটী কেন্দ্ৰৰ মেপ পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই । পুৰণি গছ সমূহ কটাৰ ক্ষেত্ৰত, ৰাজ্যিক অতিথিশালা বনাবলৈ যাওঁতে গছ কটা যাবই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সকলো পুৰণি গছ কটা যাব যদিও তাৰে মাজত কিছু গছ সংৰক্ষণ কৰাৰ চেষ্টা অব্যাহত থাকিব বুলি জানিবলৈ দিলে মন্ত্ৰী গৰাকীয়ে । গছ কটাৰ মাজতো কেনেকৈ দুগুণ গছ ৰুব পৰা যাব তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷ তেখেতে কয় যে নতুন ৰাজ্যিক অতিথিশালাত 400 গছ ৰোৱা হ’ব আৰু বিল্ডিং সম্পূৰ্ণ হোৱালৈ ৰোপণ কৰা গছ সমূহ ডাঙৰ হোৱাৰ কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
Body:পুৰণি গছ সমূহ কটাৰ ক্ষেত্ৰত লগতে ৰাজ্যিক অতিথি শালা বনাবলৈ যাওঁতে গছ কটা যাবই বুলি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সকলো পুৰণি গছ কটা যাব যদিও তাৰে মাজত কিছু গছ সংৰক্ষণ কৰাৰ চেষ্টা অব্যাহত থাকিব বুলি জানিবলৈ দিলে মন্ত্ৰী গৰাকীয়ে । গছ কটাৰ মাজতো কেনেকৈ দুগুণ গছ ৰুব পৰা যাব তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলিও কলে মন্ত্ৰী গৰাকীয়ে।
লগতে তেখেতে কয় যে নতুন ৰাজ্যিক অতিথিশালা ত
Conclusion:লগতে তেখেতে কয় যে নতুন ৰাজ্যিক অতিথিশালা ত 400 গছ ৰোৱা হব আৰু বিল্ডিং সম্পূৰ্ণ হোৱালৈ ৰোপণ কৰা গছ সমূহ ডাঙৰ হোৱাৰ কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।