ETV Bharat / state

চলন্ত ৰে'লে মহতিয়ালে বন্যহস্তী - দ্বীপৰ বিল

শুক্ৰবাৰে পুৱা দ্বীপৰ বিলৰ ২৭৪ নং গেটত এখন মালবাহী ৰে'লে মহতিয়ালে মাইকী হাতী পোৱালীক ৷ প্ৰায় 6 বছৰীয়া মাইকী হাতীজনী গুৰুত্বৰভাৱে আহত হয় ৷

Train hit elephant at deeporbill
চলন্ত ৰেলে মহতিয়ালে বন্যহস্তি
author img

By

Published : Dec 6, 2019, 7:36 PM IST

আজাৰা , 6 ডিচেম্বৰ : কামাখ্যা-যোগীঘোপা ৰে'ল পথত চলন্ত ৰে'লে মহতিয়ালে বন্যহস্তী । শুক্ৰবাৰে পুৱা দ্বীপৰ বিলৰ ২৭৪ নং গেটত এখন মালবাহী ৰে'লে মহতিয়ালে মাইকী হাতী পোৱালীক ৷ প্ৰায় 9/10 বছৰীয়া মাইকী হাতীজনী গুৰুত্বৰভাৱে আহত হয় ৷ দ্বীপৰ বিলৰ পাৰৰ জংঘলত ককবকাইছে অসুস্থ মাইকী হাতী পোৱালীজনীয়ে । আহত অৱস্থাতে বিলৰ নিচেই কাষতে থকা ৰাণী সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰে হাতীজনীয়ে । যথাসময়ত বনবিভাগৰ লোক উপস্থিত হৈ ট্ৰেংকুলাইজ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰে । দ্বীপৰ বিলৰ পাৰত হাতী-ৰে'লৰ সংঘাত দীৰ্ঘদিনীয়া । কিন্তু প্ৰকৃততে কাৰ ভুলৰ বাবে বাঢ়িছে এই সংঘাত আৰু নিৰীহ বন্য হস্তীয়ে প্ৰাণ দিবলগীয়া হৈছে ।

চলন্ত ৰে'লে মহতিয়ালে বন্যহস্তী

আৰু পঢ়ক : আত্মৰক্ষাৰ বাবে গুলি চলাইছিল আৰক্ষীয়ে

Intro:পুনৰ চলন্ত ৰেলে মহতিয়ালে বন্যহস্তি । দ্বীপৰ বিলৰ পাৰৰ জংঘলত ককবকাইছে অসুস্থ হাতীটোৱে । Body:Vo...পুনৰ চলন্ত ৰেলে মহতিয়ালে হাতী । মহানগৰীৰ গাতে লাগি থকা দ্বীপৰ বিলৰ পৰা উঠি যাব খোজা অৱস্থাত শুক্ৰবাৰে পুৱা কামাখ্যা যোগীঘোপা ৰেল পথত দ্বীপৰ বিলৰ ২৭৪ নং গেটত এখন মালবাহী ৰেলে মহতিয়াই নিয়ে এটা প্ৰায় ৬ বছৰীয়া মাইকী হাতী । তাৰপিছতে গুৰুত্বৰভাৱে আহত হয় হাতীটো । আহত অৱস্থাতে বিলখনৰ গাতে লাগি থকা ৰাণী সংৰক্ষিত বনাঞ্চলৰ পাহাৰীয়া জংঘলত প্ৰৱেশ কৰ হাতীটোৱে । পিছত বনবিভাগৰ লোক উপস্থিত হৈ বহুসময় পিছত টেংকুলাইজ কৰি আঘাত প্ৰাপ্ত হাতী জনীক অচেতন কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ।

Bite..বনবিভাগৰ লোক ।

দ্বীপৰ বিলৰ পাৰত বন্যহস্তিক ৰেলে খুন্দিওৱাটো কোনো নতুন কথা নহয় । কিন্তু কিহৰ বাবে এইদৰে হাতী মানুহৰ সংঘাটৰ দৰে দ্বীপৰ বিলৰ পাৰত হাতী ৰেলৰ সংঘাত দীৰ্ঘদিনীয়া ।Conclusion:প্ৰকৃততে কাৰ ভুলৰ বাবে বাঢ়িছে এই সংঘাত । পৰিণতিত প্রাণ দিবলগা হৈ আহিছে নিৰীহ বন্য হস্তীয়ে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.