ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

top ten news at 5 pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 5, 2021, 5:03 PM IST

আলফা স্বাধীনৰ সভাপতিৰ দায়িত্বত পৰেশ অসম

আলফা স্বাধীনৰ উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্বত পৰেশ বৰুৱা । আশ্চৰ্যজনকভাৱে নতুনকৈ গঠন কৰা তিনিওখন পৰিষদৰ এখনতো নাম নাই আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ ।

যান-বাহন আইন উলংঘা : গুৱাহাটীত 5 মাহত অভিলেখ 5.79 কোটি টকাৰ জৰিমনা

যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ(Kamrup District Transport Department) অভিযান । দুৰ্ঘটনাৰ কাৰক ৰোধ আৰু অধ্যয়নৰ বাবে ক্ৰেছ ইনভেষ্টিগেছন টীম(CIT) গঠন । বিগত বর্ষৰ তুলনাত এইবেলি 4.80 কোটি টকাতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । বিগত 5 মাহত আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে 12 হাজাৰতকৈ অধিক গোচৰ ৰুজু কৰা হৈছে ।

বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ

মাজুলীবাসীৰ প্ৰধান সমস্যা হৈছে যোগাযোগৰ সমস্যা । বছৰ বছৰ ধৰি ফেৰী সেৱাৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে মাজুলীবাসীয়ে । মাজুলীবাসীৰ এই সমস্যাক অস্ত্ৰ হিচাপে লৈ ৰাজনীতি কৰি আহিছে অসমৰ ৰাজনৈতিক দলসমূহে । ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনাও কৰি আহিছে দলসমূহে । এইবাৰ বিজেপি চৰকাৰৰ তেনে ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সৰৱ হ'ল মাজুলীবাসী ।

আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী

মহানগৰীৰ খাৰঘূলিৰ ৰেভ পাৰ্টী(Rave Party) গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী(Bishal Choudhury) আহত হৈছে আৰক্ষীৰ এনকাউণ্টাৰত(Encounter) ৷ কামৰূপ মহানগৰ আৰক্ষীৰ(Kamrup Police) জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই অভিযুক্ত বিশালৰ বাঁওভৰিত গুলীয়ায় ৷

ধেমাজি কাণ্ডৰ নায়ক ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত

ৰিণ্টু শৰ্মা শৰ্মাক গুলিয়ালে ধেমাজি আৰক্ষীয়ে । শনিবাৰে মাজনিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাক ৷

44 গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান ৰামনাথ কোবিন্দৰ

দেশৰ 44 গৰাকী কৃতি শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা ৷ শিক্ষক দিৱস উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ 44 গৰাকী শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰ্চুৱেল মাধ্যমৰে প্ৰদান কৰিলে এই বঁটা ৷

পঞ্জশিৰত ৰেজিষ্টেন্স ফ’ৰ্চৰ আক্ৰমণত নিহত 600 তালিবানী

আফগানিস্তানৰ পঞ্জশিৰ প্ৰদেশত অব্যাহত আছে তালিবানী যোদ্ধা আৰু প্ৰতিৰোধী শক্তিসমূহৰ মাজত যুঁজ ৷ এই যুঁজত বৰ্তমানলৈকে প্ৰায় 600 তালিবানী সদস্যই প্ৰাণ হেৰুওৱাৰ কথা সদৰী কৰিছে প্ৰতিৰোধী শক্তিৰ মুখপাত্ৰই ৷

RSS আৰু তালিবানক একে আদৰ্শৰে অনুপ্ৰাণিত আখ্যা জাভেদ আখতাৰৰ

সম্প্ৰতি বলীউডৰ বিশিষ্ট লিখক তথা গীতিকাৰ জাভেদ আখতাৰৰ এটি মন্তব্যই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাৰাষ্ট্ৰৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ৰাম কদম ৷

Tokyo Paralympics: বেডমিণ্টনৰ SL4 classত ৰূপৰ পদক আঁজুৰিলে সুহাস যথিৰাজে

Tokyo Paralympicsত ৰূপৰ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে সুহাস যথিৰাজ(Suhas Lalinakere Yathiraj)এ ৷ নয়ডাৰ জিলা দণ্ডাধীশ(Noida district magistrate) ৩৮ বছৰীয়া সুহাসে টকিঅ' পেৰালিম্পিকত বেডমিণ্টনৰ পুৰুষৰ একক SL4 class finalত ঐতিহাসিক ৰূপৰ পদক লাভ কৰিছে ৷ দুবাৰৰ বিশ্ব চেম্পিয়ন(two-time world champion) Lucas Mazurৰ বিৰুদ্ধে ২১-১৫ ১৭-২১ ১৫-২১ত পৰাজিত হৈ সুহাসে ৰূপৰ পদক লাভ কৰে ৷

Tokyo paralympics : বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰৰ স্বৰ্ণ জয়

টকিঅ' পেৰালিম্পিকৰ ইতিহাসত ভাৰতে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ । তালিকাত ১৯ টা পদকৰ সৈতে চমকপ্ৰদ প্ৰদৰ্শন ভাৰতীয় খেলুৱৈৰ । ৰাজস্থানৰ আন এগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ আঁজুৰি আনিলে সোণৰ পদক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.