ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 9, 2021, 5:17 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

top-ten-news-at-5 pm
বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

US pulloutৰ মাজতে আফগানিস্তানৰ পৰা চীনা নাগৰিকক স্থানান্তৰ

210 জনকৈ নাগৰিকক ঘৰলৈ অনাৰ বাবে আফগানিস্তানলৈ চীনৰ বিমান প্ৰেৰণ ৷ আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ(US pullout)ৰ বাবে সংযুক্ত ৰাষ্ট্ৰই লোৱা সিদ্ধান্তৰ মাজতে চীনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

বাতিল নহয় কৃষি আইন: প্ৰতিবাদ সামৰাৰ আহ্বান নৰেন্দ্ৰ সিং টোমৰৰ

তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৃষক সংগঠনসমূহক প্ৰতিবাদ সামৰাৰ আহ্বান কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ ৷ প্ৰতিবাদী কৃষকসকলক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৃষিমন্ত্ৰীগৰাকীৰ ৷ কেন্দ্ৰই কৃষি আইন বাতিল নকৰে মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ সেয়ে অন্য বিকল্প উপায় সন্দৰ্ভত কৃষকসকলক চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ আহ্বান টোমৰৰ ৷

কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ক্ৰমাৎ বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ (Brahmaputra River Water level) ৷ জলপৃষ্ঠ বৃদ্ধি হৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷ অৱশ্যে কাজিৰঙাৰ জীৱকূলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ এতিয়ালৈকে সুৰক্ষিত হৈ আছে ৷

দৰঙত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু

দৰঙৰ অকলিবাৰীত আফ্ৰিকান ছোৱাইন ফ্লু (African Swine Flu)ত আক্ৰান্ত শতাধিক গাহৰি ৷ অকলিবাৰীৰ গাহৰি পালক তীৰ্থ বড়োৰ ফাৰ্মৰ গাহৰিৰ পৰা লৈ যোৱা গাহৰিৰ তেজ আৰু অংগত ধৰা পৰিছে এই ৰোগ । ইয়াকে লৈ গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংক ৷

বানৰ কৱলত এখন আৰক্ষী চকী

ক'ভিড ভয়াৱহতাৰ মাজতে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ সমান্তৰালকৈ কৃত্ৰিম বানৰ কৱলতো পৰিছে বহু অঞ্চল ৷ ইয়াৰ মাজতে মাজত বুৰ গৈছে এখন বিশেষ আৰক্ষী চকী ৷

চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

সংবাদমেলত অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদৰ (AJP) সাধাৰণ সম্পাদক জগদীশ ভূঞা । নতুন চৰকাৰৰ ৪০ দিনত ৩০ টা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে । এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দেহজনক। অসমত চৰকাৰৰ (ASSAM GOVERNMNET)পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলি আছে ।

কমলপুৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে নিশা বাইহাটা চাৰিআলিৰ কমলপুৰত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ (Dead Body) উদ্ধাৰ ৷ তেজেৰে লুতুৰী-পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী (Kamalpur Police)ৰ তদন্ত অব্যাহত ৷

কাজিৰঙাৰ বনশিবিৰৰ পৰা সন্ধানহীন এজন বনকৰ্মী

বকোৰ 2 নং নাৰেংগাৰ বনকৰ্মী ৱাহিদুৰ ৰহমান সন্ধানহীন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ বাগৰি বনাঞ্চলৰ আমকাঠনি বনশিবিৰৰ পৰা মঙলবাৰে নিশাৰ ভাগত সন্ধানহীন হৈছে বনকৰ্মী (Forester)জন ৷ ঘটনাক লৈ ৱাহিদুৰৰ পৰিয়ালত হাহাকাৰ ৷

বটদ্ৰৱাত পথৰ দাঁতিত পেলাই যোৱা আঘাতপ্ৰাপ্ত লোকৰ মৃতদেহ উদ্ধাৰ

বটদ্ৰৱা (Batadrava)ত পথ দুৰ্ঘটনা (Road Accident)ত গুৰুতৰভাৱে আহত লোকক চিকিৎসালয়লৈ নিম বুলি কৈ পথৰ দাঁতিত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এখন ছুইফটি ডিজাইয়াৰ বাহনে সংঘটিত কৰিছিল এই পথ দুৰ্ঘটনা ৷ বাহনখনৰ চালকে আহত লোকজনক চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব বহন কৰি পলাই যায় ৷ এটি জিৰণি চৰাত উদ্ধাৰ হয় আঘাতপ্ৰাপ্ত লোকজনৰ মৃতদেহ ৷

এইবাৰ হলিউদলৈ মন আলিয়া ভাটৰ

প্ৰিয়ংকা চোপ্ৰা, দিপিকা পাডুকনৰ, ঐশ্বৰ্য ৰায় বচ্চনকে ধৰি অন্য বহুতো প্ৰতিভাশালী ডিভাৰ পাচত এইবাৰ আলিয়া ভাটেও হলিউদলৈ মন মেলিছে ৷ ইতিমধ্যে প্ৰজোযনাত প্ৰৱেশ কৰা হাইৱে(Highway)ৰ অভিনেত্ৰী গৰাকীয়ে আমেৰিকান টেলেণ্ট এজেন্সি উইলিয়াম মৰিছ এণ্ডেভৰ(William Morris Endeavor)ত যোগদান কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.