ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Feb 25, 2022, 9:01 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

top ten at 9 am
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Ram Nath Kovind Assam Visit: অসমলৈ আহি ক’ত ক’ত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে ?

শুকুৰবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovinds Assam Visit)৷ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ-প্ৰশাসন । বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চাও আহক ৷

স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বায়ুসেনা আৰু মিছাইলৰ দ্বাৰা আক্ৰমণ চলোৱাৰ পিছতে ইউক্ৰেইনে ইতিমধ্যে চুবুৰীয়া দেশখনৰ সৈতে সকলো কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিছে (Ukraine cuts all diplomatic ties with Russia) ৷ দেশখনৰ সামৰিক বাহিনীয়ে এতিয়াও যুঁজি আছে যদিও ইউক্ৰেইনৰ কৰ্তৃপক্ষই দেশ ৰক্ষা কৰিবলৈ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান জনাইছে (Ukrainian authority asks citizens to come out for defense ) ৷

Russia Ukraine crisis: ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীক অনাৰ ব্যৱস্থা কৰিব সাংসদ পল্লব লোচন দাসে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হৈছে যুদ্ধ সদৃশ পৰিস্থিতি (Russia Ukraine crisis) ৷ এই যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে নতুন দিল্লীত এক সংবাদ মাধ্যমৰ যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰিছে ৷

Housing Flat Controversy: হাউচিঙৰ ফ্লেট বিতৰ্কক লৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ

হাউচিঙৰ ফ্লেট বিতৰ্কৰ (Housing Flat Controversy) নতুন মোৰ ৷ মন্ত্রী হৈ থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কাক কাক হাউচিঙৰ ঘৰ দিয়াৰ বাবে লিখি দিছিল । প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তই (APCC reaction on Housing Flat controversy) ।

Railway land leasing to corporates: লীজত দিয়া মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ পৰিকল্পনা

ৰেল বিভাগে ব্যৱসায়ীক লীজত দিয়া গুৱাহাটীৰ ৰেল বিভাগৰ মাটিখিনি (Guwahati railway land leasing to corporates)ৰাজ্য চৰকাৰৰ অধীনলৈ আনিবৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে । প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে সেয়া চাই ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ।

এপ্ৰিলৰ পৰা মাহেকীয়া ডিজিটেল সংবাদ পত্ৰ উলিওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক (Assam CM meeting with information and pubic relation department) । তথ্য আৰু জনসংযোগ, পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া পদক্ষেপৰ সৈতে নতুন দিল্লীৰ অসম তথ্য কেন্দ্ৰক অধিক সক্ৰিয় তথ্য কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ নিৰ্দেশ ।

প্রদেশ কংগ্ৰেছৰ পূর্ণাংগ কমিটি ঘােষণা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ

বৃহস্পতিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ভূপেন কুমাৰ বৰা (Congress leader Bhupen kumar Borah) ৰ নেতৃত্বত এখন পূৰ্ণাংগ কমিটী ঘোষণা কৰিছে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ অনুমোদন ক্ৰমে সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক জাননী যোগে এই কমিটিখন গঠন কৰা হৈছে ৷

KAAC Election 2022 : সংশোধিত ভোটাৰ তালিকা প্ৰকাশ

বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি (Karbi Anglong DC organaize press conference) ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ পৰিষদীয় সমষ্টিৰ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে (Revised voter list released) ৷

On This Day In 2010 : তেণ্ডুলকাৰ হৈছিল এদিনীয়াত দ্বি শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেন

মাষ্টাৰ ব্লাষ্টাৰ খ্যাত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ৷ 2010 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনটোতে এদিনীয়াত দ্বি-শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেন হিচাপে কৃতিত্ব অৰ্জন (Tendulkar became first batter to score double century in ODIs) কৰিছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷

গংগুবাই কাথিয়াৱাড়ীলৈ চুপ্ৰিম ক’ৰ্টৰ গ্ৰীণ চিগনেল

ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰ বিচাৰপীঠে 'গংগুবাই কাথিয়াৱাড়ী' বোলছবিখনৰ মুক্তিৰ বাবে সেউজ সংকেত দিছে (SC dismisses plea) । ছবিখনে ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.