ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 25, 2022, 7:11 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top 10 at 7pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বৰ ১২ গৰাকী নেতাৰে বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্য়স্ত ভ্ৰমণ কাৰ্যসূচী । জাৰ্মানী আৰু সংযুক্ত আৰৱ এমিৰেটছ ভ্ৰমণৰ সময়ত বিশ্বৰ ১২ গৰাকীতকৈও অধিক নেতাৰ সৈতে বৈঠকত মিলিত হ'ব (G7 Summit in Germany)। জি-৭ ৰ নেতাসকলৰ লগতে অতিথি দেশসমূহৰ সৈতে কৰিব দ্বিপাক্ষিক বৈঠক আৰু আলোচনা ।

Maharashtra Political Crisis: এন চি পিৰ প্ৰতিবাদী নেতাক ৰেডিশ্বনৰ সন্মুখৰ পৰা চোঁচৰালে আৰক্ষীয়ে

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহা সংকটক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এন চি পিৰ ৰেডিশ্বন ব্লুত প্ৰতিবাদী কাৰ্যসূচী (NCP staged a protest at Radisson Blu in Guwahati )। প্ৰতিবাদকাৰীক আৰক্ষীৰ আধাতে বাধা আৰোপৰ লগতে আটক । মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতাসকলক অসম চৰকাৰে ৰাজ আতিথ্য দিয়াক লৈ কঠোৰ ভাষাৰে সমালোচনা ।

Maharashtra Political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা

সঘনাই সলনি হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্য়পট( Maharashtra political drama)। ইয়াৰ মাজতেই zoom aapৰ জড়িয়তে বিসম্বাদী শিবিৰে সংবাদমেল সম্বধোন কৰাৰ সম্ভাৱনা । দলৰ মুখপাত্ৰ ঘোষণা কৰাৰ সম্ভাৱনা ।

MAHA political crisis: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি লাভ আছে । এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM reaction on hotel politics)। গুৱাহাটীত মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction regarding Maharashtra hotel politics)।

Solar power : দেশৰ বৃহত্তম ভাসমান সৌৰ প্ৰকল্প স্থাপন টাটা পাৱাৰৰ

টাটা সৌৰশক্তি হৈছে টাটা পাৱাৰৰ সম্পূৰ্ণ মালিকানাধীন এক সহায়ক কোম্পানী (Tata Power Solar subsidiary of Tata Power)। এই প্ৰকল্পটো শক্তি ক্ৰয় চুক্তি শ্ৰেণীৰ জৰিয়তে কৰা প্ৰথমটো ভাসমান সৌৰ ফটোভল্টেইক (Floating Solar Photovoltaic) প্ৰকল্প বুলি কোম্পানীটোৱে কয় ।

বিসম্বাদী বিধায়কক প্ৰচণ্ড হুংকাৰ সঞ্জয় ৰাউটৰ

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক সতৰ্কবাৰ্তা সাংসদ সঞ্জয় ৰাউটৰ ৷ শিৱসেনাৰ কৰ্মীসকল ৰাজ্যখনৰ বৰ্তমানৰ ৰাজনৈতিক পৰিবেশত সুখী নহয় আৰু তেওঁলোকে কেৱল হাইকমাণ্ডৰ পৰা আদেশৰ বাবে অপেক্ষা কৰি আছে । শিৱসেনাই হাজাৰ হাজাৰ লাখ শিৱ সৈনিকৰ ত্যাগৰ সৈতে থিয় দিছে । বিদ্ৰোহী বিধায়কসকল মহাৰাষ্ট্ৰৰ বাহিৰত আছে । তেওঁলোক তেওঁলোকৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে দায়বদ্ধ নহয় ।

Modi20 Dreams Meet Delivery: কলাক্ষেত্রত মোডী@২০ ড্ৰিমছ মিট ডেলেভাৰী উন্মোচন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ বছৰীয়া ৰাজনৈতিক জীৱনৰ সামগ্ৰিক পৰিক্ৰমাৰ ভিত্তিত প্ৰকাশিত গ্ৰন্থ 'Modi@20: Dreams Meet Delivery' শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৷ উন্মোচনী অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

চৰকাৰে মধ্যভোগীৰ জৰিয়তে বান সাহাৰ্য প্ৰদান কৰি পইচা লোৱাটো দূৰ্ভাগ্যজনক: ভূপেন বৰা

ৰাজ্যৰ প্ৰায়সমূহ জিলা এতিয়া বানৰ কৱলত (Flood in Assam) । লাহে লাহে বান পৰিস্থিতি উন্নত হৈছে, যদিও কোনো কোনো ঠাইত অপৰিৱৰ্তীত হৈয়ে আছে বান পৰিস্থিতি ৷ শনিবাৰে ৰহাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰকিবুল হুছেইন (Rakibul Hussain visited flood afected area of Raha) উপস্থিত হৈ অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে কেবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তসকলৰ সমস্যাৰ বুজ লয় (Bhupen Bora visited flood afected area of Raha ) ৷

Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে যোৰহাট জিলা (Sensational murder in Jorhat)। নিশা একেটা পৰিয়ালৰে তিনি সদস্যক কোনো লোকে ঘৰৰ ভিতৰতে হত্যা কৰি থৈ যায় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Tripura bye-poll : নিৰ্বাচনী অপৰাধৰ প্ৰচেষ্টাত ১৬ জনক আটক

সদ্য সমাপ্ত ত্ৰিপুৰা বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্বাচনী অপৰাধৰ চেষ্টাত (attempted electoral offenses) জড়িত থকাৰ বাবে প্ৰতিৰোধমূলক ধাৰাৰ অধীনত আগৰতলাত মুঠ ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয় (16 persons have been arrested at Agartala) । অৱশ্যে এতিয়ালৈকে কোনো প্ৰিজাইডিং বিষয়া বা ৰিটাৰ্ণিং বিষয়াৰ (Presiding Officer or Returning Officer ) দ্বাৰা কোনো অভিযোগ দাখিল কৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.