ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jul 25, 2021, 2:59 PM IST

3 বজাৰ শীৰ্ষ 10 বাতৰি...

TOP TEN AT 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি

পুনৰ বড়ো ভূমিত চৰকাৰৰ প্ৰতি অসন্তুষ্টি: বঞ্চিত হৈছে নেকি NDFB ?

বিটিআৰ চুক্তিত স্বাক্ষৰ কৰা বিষয় সমূহ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ কৰি ৰাজ্য চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড(NDFB)ৰ প্ৰাক্তন সদস্য সকলৰ ।

চাবুৱাত অজয়ৰ পৰাজয়ে দল এৰিবলৈ বাধ্য কৰিলে কংগ্ৰেছৰ বহু নেতা কৰ্মীক

বিধান সভা নিৰ্বাচনত সংগীত পৰিচালক অজয় ফুকনে চাবুৱাত প্ৰাৰ্থিত্ব লাভ কৰাকলৈ দলীয় কৰ্মী সকলৰ মাজত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সম্প্ৰতি, সমষ্টিটোত কংগ্ৰেছ দল অস্তিত্ব সংকটত ভুগাৰ কথা কৈ দলটোৰ তিনি শতাধিক কৰ্মীয়ে যোগদান কৰিছে অসম গণ পৰিষদ দলত (AGP)৷

হাতৰ তলুৱাত লাভলীনাৰ ছবি অংকন কৰি শুভেচ্ছা জনালে যুৱকে

নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ভাস্কৰ্য্য পূৰ্ণ গায়নৰ এক অন্যন্য প্ৰয়াস ৷ হাতৰ তলুৱাত অসম জীয়ৰী লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি শুভেচ্ছা বাৰ্তা প্ৰেৰণ যুৱ শিল্পী গৰাকীৰ ৷

সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ নেতা সুশান্ত বৰগোঁহাই(congress MLA Sushanta Borgohain)য়ে বিজেপি দললৈ গমন কৰিব বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা চলিছে ।

ঘোৰামাৰাৰ কন্যা অপহৰণ কাণ্ডৰ নতুন মোৰ

কৰিমগঞ্জৰ শিশু অপহৰণ কাণ্ডৰ উন্মোচিত হৈছে ন ন তথ্য ৷ আৰক্ষীৰ সন্দেহ, বিদ্যুৎ নমশুদ্ৰ আৰু শংকৰ শুক্লবৈদ্য এই দুই পৰিয়ালে ৰচিছিল অপহৰণৰ নাটক ৷ এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত ৷

মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায়

নগাঁৱত শনিবাৰে জালত পৰিছে নাৰী দেহ ব্যৱসায়ীৰ বৃহৎ চক্ৰ । নাৰী দেহ ব্যৱসায়ত নামিছে একাংশ মহিলা । মহিলাৰ নেতৃত্বতেই নাৰী দেহ ব্যৱসায়ী চলি আছে অসমত।

ভূপেন বৰা: ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰিলে প্ৰাক্তন বিধায়ক তথা সম্প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন কুমাৰ বৰাই ৷

দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

ক'ভিড পৰিস্থিতিৰ ফলত ১৯৯১ চনৰ অৰ্থনৈতিক সংকটতকৈ দেশখনে আগন্তুক দিনত অধিক জটিলতাৰ সন্মুখীন হ'ব বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দাবী কৰিছিল । তেওঁৰ এই মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

মুম্বাইৰ আন্ধেৰীস্থিত ৰাজ কুন্দ্ৰাৰ ভিয়ান আৰু জেএল ষ্ট্ৰীম কাৰ্যালয়ত (Viaan and JL Stream office) এটা আলমিৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । লুকাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আলমিৰাটো ।

Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

দেওবাৰে টকিঅ' অলিম্পিকৰ গ্ৰুপ পৰ্যায়ৰ মহিলাৰ চিংগল খেলখনত ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক(Ksenia Polikarpova ) ২১-৭, ২১-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে বিশ্ব চেম্পিয়ন বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু(PV Sindhu) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.