ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jul 26, 2020, 3:50 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

Top Ten at 3 pm
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

ডিফুত পুনৰ 16 গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ

দেওবাৰে পুনৰ কাৰ্বি আংলং জিলাত 16 গৰাকী লোকৰ দেহত ক'ভিড-19 ধৰা পৰিছে ৷ আক্ৰান্ত আটাই কেইগৰাকী লোক জিলাখনৰ ডিফু চহৰৰ বুলি জানিব পৰা গৈছে ৷

বিজেপিৰ নেতাৰ কুকীৰ্তি : মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ

তিনিচুকীয়াত বিজেপি নেতাই মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেৰণ কৰিছে অশ্লীল মেছেজ ৷ এই বিজেপি নেতাগৰাকী হৈছে তিনি সন্তানৰ পিতৃ তথা 65 বৰ্ষীয় মনোজ মানকি ৷

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

অপৰিৰ্বতিত ৰাজ্যৰ বান পৰিস্থিতি ৷ উজনিৰ পৰা নামনিলৈ চৌদিশে বানৰ সংহাৰ ৷ 97 গৰাকীয়ে বানৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷

কাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক !

কৰিমগঞ্জত সংঘটিত হৈছে শিল কেলেংকাৰীৰ ঘটনা ৷ প্ৰতিদিনে আৰক্ষীৰ চকুত ধূলি মাৰি শতাধিক শিল পৰিবাহী ট্ৰাক অসমৰ পৰা চুবুৰীয়া ৰাজ্য় ত্ৰিপুৰালৈ যায় ৷

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ "Speak Up For Democracy" অভিযান

কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ বিৰুদ্ধে দেওবাৰৰ পৰা আৰম্ভ কৰিছে এক বিশেষ অভিযান । ডিজিটেল মাধ্যমেৰে "Speak Up For Democracy" নামৰ এটি অভিযান আৰম্ভ কৰিছে কংগ্ৰেছ দলে ।

ভৰা কপিলীত জাঁপ দিলে ৫০ উৰ্ধৰ মহিলাই

দেওবাৰে পুৱাই এক অনাকাংশিত ঘটনা সংঘটিত হ'ল কামপুৰত ৷ কামপুৰৰ কপিলী দলঙৰ পৰা ভৰা নৈত জাঁপ দিলে ৫০ উৰ্ধৰ এগৰাকী মহিলাই ৷ কেইজনমান যুৱকৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ হয় মহিলাগৰাকী ৷

পেলনীয়া সামগ্ৰীক নতুন মাত্ৰা দিছে মঙলদৈৰ নিলমে

পেলনীয়া সামগ্ৰীৰ উপযুক্ত ব্যৱহাৰৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে মঙলদৈৰ নিলমে । ব্যতিক্ৰমী চিন্তাৰে নিলমে পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়ালে কিছুমান সৰু অথচ অসাধাৰণ সামগ্ৰী ৷

হায়দৰাবাদত COVID-19ৰ চিকিৎসা কৰি গ্ৰেপ্তাৰ ধৰ্মগুৰু

হায়দৰাবাদ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে এজন ধৰ্মগুৰুক । মহামাৰী COVID-19ত আক্ৰান্ত ব্যক্তিৰ চিকিৎসা কৰা দাবী কৰা এজন ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰে মিয়াপুৰ আৰক্ষীয়ে ।

জম্মু-কাশ্মীৰ : কঠুৱাত মোতায়েন কৰা বিএছএফ জোৱান আঘাতপ্ৰাপ্ত

জম্মু-কাশ্মীৰৰ কঠুৱাত দায়িত্ব পালন কৰি থকা এজন বিএছএফ জোৱান বুলেটৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আঘাতপ্ৰাপ্ত জোৱানজন ৷

আইচিচিৰ চেয়াৰমেন পদৰ বাবে গাংগুলীক সমৰ্থন ছাংগাক্কাৰাৰ

আইচিচিৰ চেয়াৰমেন পদৰ বাবে সৌৰভ গাংগুলীক সমৰ্থন আগবঢ়াইছে কুমাৰ ছাংগাক্কাৰাই ৷ এই পদৰ বাবে গাংগুলী এজন যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক ছাংগাক্কাৰাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.