ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Mar 30, 2021, 1:05 PM IST

শ্বহীদ মংগৰাম দেৱবৰ্মাৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদান

কাশ্মীৰৰ বাৰামুলা অঞ্চলত নিহত শ্বহীদ মংগৰাম দেৱবৰ্মা ৷ শোকসন্তপ্ত পৰিয়ালক ৫ লাখ টকাৰ সাহায্য প্ৰদান ৷

আগৰতলাৰ উডলেণ্ড হোটেলত ট্ৰেড ইউনিয়নৰ সংঘাত

দেওবাৰে উদয়পুৰত বিএমএছ ত্ৰিপুৰাৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয় । উল্লেখযোগ্য় যে,সন্মিলনৰ সময়চোৱাতে নতুন ৰাজ্যিক সমিতি ঘোষণা কৰা হয় ৷ ইয়াৰ পিছতেই সৃষ্টি হয় সমস্যাৰ ৷ নতুন সমিতি ঘোষণা কৰাৰ পিছতে, নেতাসকলৰ এটা অংশই সভাকক্ষ পৰিহাৰ কৰে, যাৰ ফলত তীব্ৰ হাই-উৰুমিৰ সৃষ্টি হয় ।

ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা ৷ বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বড়োসকলক একগোট হৈ বিজেপিৰ পৰিবৰ্তে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷

ডিফুত নিৰ্বাচন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত সোমবাৰে ডিফুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী বিষয়া জিণ্টু বৰাৰ উপস্থিতিত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই সম্বোধন কৰে এক সংবাদমেল ৷

আজি ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

মঙলবাৰে ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ পহিলা এপ্ৰিলত ৰাজ্যৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ।

ৰঙিয়াৰ মুৰাৰাত উত্তপ্ত পৰিস্থিতি

সোমবাৰে নিশা ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ মুৰাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত শাসকীয় দলৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ দুই বিজেপি নেতাই মুৰাৰাত নগদ ধন বিলাবলৈ অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই কথা পোহৰলৈ অহাত সচেতন লোকসকলে ইয়াৰ বিৰোধিতা কৰে ৷ এই কাৰ্যত ক্ষুব্ধ হৈ দুই বিজেপি নেতাই আক্ৰমণ কৰে ফৰিদ আলী নামৰ এজন যুৱকক ।

লাহোৱালত বিহু নাচ-ঢোলবাদ্য কৰ্মশালা সমাপ্ত

লাহোৱালৰ মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোলবাদ্যৰ কৰ্মশালা সমাপ্ত ৷ বকুল মাজ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত সোমবাৰে ৮০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীক প্ৰদান কৰা হয় গছপুলি আৰু মানপত্ৰ ।

দিল্লীত বিজেপি নেতাৰ ৰহস্য়জনক মৃত্য়ু

পশ্চিম দিল্লীৰ প্ৰাক্তন বিজেপি উপ সভাপতি গুৰবিন্দ সিং বাবাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ ৷

পশ্চিম বংগত বৰ্তমানলৈকে জব্দ 248.9 কোটিৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী

পশ্চিম বংগত বৰ্তমানলৈকে জব্দ হৈছে 248.9 কোটিৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ এই তথ্য প্ৰদান কৰিছে পশ্চিম বংগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় বসুয়ে ৷

কলগাছিয়াৰ চেনিমাৰীত চুৰিকাণ্ড

চেনিমাৰি হাস্পতাল বজাৰৰ এখন কাপোৰৰ বিপণীত চুৰিকাণ্ড সংঘটিত ৷ বিপণীখনৰ প্ৰায় আঢ়ৈ লাখ টকাৰ কাপোৰ লুট চোৰৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.