ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten 1pm

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Mar 5, 2021, 1:09 PM IST

তৈলনগৰী ডিগবৈত ক’ভিডৰ ভয়াৱহতা: এজনৰ মৃত্যু

কৰণাত মৃত্যু ডিগবৈ শোধানাগাৰত কৰ্মৰত মুখ্য প্ৰৱন্ধক মৃণাল কুমাৰ শৰ্মাৰ ৷ দুদিনত আক্ৰান্ত 5 গৰাকীকৈ ব্যক্তি, ডিগবৈত ৰাইজৰ মাজত আতংক ৷

বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !

বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ আঞ্চলিক দল এএছডিচিৰ এক সংবাদমেল ৷ লক্ষ্য মাত্ৰ নিৰ্বাচন ৷

ভৱানীপুৰত মমতাৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়

পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰাৰ্থীৰ তালিক প্ৰায় প্ৰস্তুত কৰি তুলিছে বিজেপিয়ে ৷ ভৱানীপুৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক থিয় কৰোৱাৰ সম্ভাৱনা ৷ নন্দীগ্ৰামৰ পৰা বেনাৰ্জীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ালে তেওঁৰ বিৰুদ্ধে থাকিব বিজেপিৰ সুভেন্দু অধিকাৰী ৷

মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ক্ষেত্ৰত ল’ব পৰা ১০টা ঘৰুৱা উপায়

চিকিৎসকৰ মতে দাঁতৰ ক্ষেত্ৰত স্বাস্থ্য বিধি নমনাৰ ফলতেই সাধাৰণতে মুখত দুৰ্গন্ধৰ সৃষ্টি হয়। ইয়াৰোপৰি মুখৰ পৰা ওলোৱা দুৰ্গন্ধ কেতিয়াবা অন্য কোনো বেমাৰৰো লক্ষণ হ'ব পাৰে।

পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত

মিজোৰামৰ আইজল ক্লাবত ৩০ দিনীয়া ভাৰ্চুৱেল জনজাতীয় কলা বিকাশ কৰ্মশালাৰ উদ্বোধন । ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয় আৰু মিজোৰামৰ সমাজ কল্যাণ আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আয়োজন কৰা হয় এই কৰ্মশালা ।

আশা পূৰণ হ'ল অন্ধ্ৰপ্ৰদেশৰ কণমানিৰ

মহানুভৱতাৰ পৰিচয় অন্ধ্ৰ প্ৰদেশৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ । কৰ্কট ৰোগত আক্ৰান্ত কিশোৰৰ মনৰ আশা পূৰণ কৰি নিজৰ আসনত এবাৰৰ বাবে বহিবলৈ দিলে বিষয়া গৰাকীয়ে ।

প'ষ্টেল বেলটঃ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

প্ৰথমবাৰৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে প'ষ্টেল বেলটৰ জৰিয়তে বিশেষভাৱে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰিছে । ৮০ৰ উৰ্ধ্বৰ ভোটাৰ, COVID-১৯ত আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব । এই সন্দৰ্ভত ভোটাৰক সজাগ কৰাৰ বাবে নগাঁৱৰ চাৰিওটা সমষ্টিত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰাণত বাটৰ নাট

ডিব্ৰুগড় জিলা প্ৰশাসনে SVEEP চেলৰ অধীনত জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাটৰ লগতে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰি ভোটাৰ ৰাইজক ভোটদানৰ প্ৰতি সজাগ আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

মাতৃ হোৱাৰ পথত শ্ৰেয়া ঘোষাল

মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশে আগবাঢ়িছে কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল ৷ ইনষ্টাগ্ৰামযোগে অভিনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰিলে এই কথা ৷ এই খবৰ জনাবলৈ পাই অত্যন্ত সুখী বুলি মন্তব্য শ্ৰেয়াৰ ৷

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটীৰ পৰা অহা নৈশ বাছৰ সৈতে মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা বলেৰ' পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোৰ ফলত বলেৰ' পিকআপ ভানখন বিধস্ত হৈ পৰাৰ ফলত ভানখনৰ ভিতৰত থকা শ্ৰমিক কেইজন আবদ্ধ হৈ পৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.